ETV Bharat / state

বৰকলাৰ হাৰিয়াত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ

author img

By

Published : Jul 6, 2020, 12:07 AM IST

শনিবাৰে এজন মৃতকৰ অন্তিম সৎকাৰত উপস্থিত থকাৰ অন্তত বৰকলাৰ চিংকু বৰদলৈ নামৰ ব্যক্তি এজন বাহিৰে বাহিৰে হাৰিয়া নদীত গা ধুবৰ বাবে গৈ নদীত হৈছিল সন্ধানহীন । দেওবাৰে পুৱাৰ পৰা অগ্নি নিৰ্বাপক বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ(SDRF) অভিযানকাৰী দলে অভিযান চলাই নদীত চিংকু বৰদলৈৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

deadbody recovered at haria of borkola
বৰকলাৰ হাৰিয়াত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ

বঢ়মপুৰ,৫জুলাই : শনিবাৰে এজন মৃতকৰ অন্তিম সৎকাৰত উপস্থিত থকাৰ অন্তত হাৰিয়া নদীত গা ধুবলৈ গৈ নদীত হৈছিল সন্ধানহীন বৰকলাৰ চিংকু বৰদলৈ নামৰ এজন ব্যক্তি । ব্যক্তিজন সন্ধানহীন হোৱাৰ খবৰ পাই কামপুৰ অগ্নি নিৰ্বাপক বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ(SDRF) দল উপস্থিত হয় । উদ্ধাৰকাৰী দলে অভিযান চলালে যদিও নিশা আন্ধাৰ হৈ অহা বাবে সেইদিনা অভিযান আধাতে সামৰে ।

দেওবাৰে পুৱাৰ পৰা অভিযানকাৰী দলে পুনৰ অভিযান চলাই নদীত চিংকু বৰদলৈৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঘটনাস্থলীত উপস্থিত বেবেজীয়া আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.