ETV Bharat / state

বুঢ়াপাহাৰ বনাঞ্চলত মাইকী গঁড়ৰ মৃতদেহ উদ্ধাৰ

বৃহস্পতিবাৰে বুঢ়াপাহাৰ বনাঞ্চলত এজনী মাইকী গঁড়ৰ(Rhino) মৃতদেহ উদ্ধাৰ ৷ বানৰ(Flood) কবলত পৰি মাইকী গঁড়জনীৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ বন বিভাগৰ(Forest Department) ৷

dead-body-of-a-rhino-recovered-at-burhapahar-range
বুঢ়াপাহাৰ বনাঞ্চলত উদ্ধাৰ মাইকী গঁড়ৰ মৃতদেহ
author img

By

Published : Sep 9, 2021, 3:39 PM IST

কলিয়াবৰ, 9 ছেপ্তেম্বৰ : কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) বুঢ়াপাহাৰ বনাঞ্চলত বৃহস্পতিবাৰে উদ্ধাৰ হৈছে এজনী মাইকী গঁড়ৰ(Rhino) মৃতদেহ ৷ বানৰ(Flood) কবলত পৰি গঁড়জনীৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ(Forest Department) কৰ্তৃপক্ষই ৷

বুঢ়াপাহাৰ বনাঞ্চলত উদ্ধাৰ মাইকী গঁড়ৰ মৃতদেহ

ইফালে মৃত গঁড়জনীৰ খড়গটো উদ্ধাৰ কৰিছে বন বিভাগে ৷ টুনিকাটি বন সুৰক্ষা শিবিৰৰ অন্তৰ্গত 37 নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গঁড়ৰ মৃতদেহটো উদ্ধাৰ কৰে । অৱশ্যে পূৰ্বতকৈ ক্ৰমাৎ বান পৰিস্থিতি উন্নত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷

dead-body-of-a-rhino-recovered-at-burhapahar-range
বুঢ়াপাহাৰ বনাঞ্চলত উদ্ধাৰ মাইকী গঁড়ৰ মৃতদেহ

সেই হেতুকে জীৱকূলৰ ক্ষয়-ক্ষতিৰ পৰিমাণ কম হৈছে যদিও এই ক্ষতিৰ পৰিমাণ সঠিককৈ জানিব পৰা হোৱা নাই । উল্লেখ্য যে, ভদীয়া বানৰ কৱলত পৰা বুঢ়াপাহাৰ বনাঞ্চল এতিয়া প্ৰায় বানমুক্ত হৈ পৰিছে ৷ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত 34 টা বন শিবিৰৰ মুঠ 11 টা বন শিবিৰ জলমগ্ন হৈছিল এই বানত ।

লগতে পঢ়ক: ক্ৰমাৎ বানমুক্ত হৈছে কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.