ETV Bharat / state

নগাঁৱৰ কাৰ্বিআংলং সীমান্তত ডকাইতি : আহত 1জন

author img

By

Published : May 5, 2019, 12:37 PM IST

নিশা আৰক্ষীৰ স'তে ডকাইতৰ দলটোৰ সংঘৰ্ষ হয় ৷

নগাঁৱৰ কাৰ্বিআংলং সীমান্তত ডকাইতি

নগাঁও , 05 মে' : নগাঁও কাৰ্বিআংলং সীমান্তত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয় ৷ চামগুৰি সীমান্তবৰ্তী পানীমূৰাত যুৱৰাজ সিং নামৰ এজন লোকৰ বাসগৃহত এই ডকাইতি কাণ্ড সংঘটিত হয় ৷

নগাঁৱৰ কাৰ্বিআংলং সীমান্তত ডকাইতি

ডকাইতৰ দলটোৱে যুৱৰাজ সিঙৰ বাসগৃহৰ ভিতৰত হস্তনিৰ্মিত বন্দুকেৰে গুলীচালনা কৰে ৷ লগতে দলটোৱে সিঙৰ বাসগৃহৰ পৰা এখন এল্ট' বাহন লৈ যায় ৷ ইয়াৰোপৰিও ডকাইতৰ আক্ৰমণত ঘৰটোৰ গৰাকী যুৱৰাজ সিং গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ইপিনে নিশাই চামগুৰি আৰক্ষীৰ স'তে ডকাইতৰ দলটোৰ সংঘৰ্ষ হোৱাত এল্ট' বাহনখন এৰি পলায়ন ডকাইতৰ দলটোৱে ৷

Intro:নগাওঁ কাৰ্বি আংলং সীমান্তত চাঞ্চল্যকৰ ডকাইতি। আৰক্ষীৰেও সংঘৰ্ষত লিপ্ত ডকাইতৰ দলটো। Body:নগাও কাৰ্বি আংলং সীমান্তত চাঞ্চল্যকৰ ডকাইতি কাণ্ড।
চামগুৰি সীমান্তবৰ্তী পানীমূৰাত যুবৰাজ সিং নামৰ লোকজনৰ ঘৰত চাঞ্চল্যকৰ ডকাইতি কাণ্ড।
ডকাইতৰ আক্ৰমণত আহত যুৱৰাজ সিং নামৰ লোকজন।
ঘৰৰ ভিতৰতেই হস্তনিৰ্মিত বন্দুকেৰে গুলীচালনা কৰে ডকাইতৰ দলটোৱে।
ডকাইতৰ দলটোৱে লৈ যায় এখন এল্ট' বাহন।
ডকাইতৰ দলটোৰ সৈতে নিশাই চামগুৰি আৰক্ষীৰ মুখামুখি সংঘৰ্ষ।
এল্ট' বাহন এৰি পলায়ন ডকাইতৰ দলটোৰ।
-----------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
5-5-19Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.