ETV Bharat / state

ফেচবুকত সম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ যুৱক ! - ফেচবুকত মন্তব্য কৰাৰ আগত সাবধান

নগাঁৱৰ কামপুৰৰ আব্দুল আজিম নামৰ এজন যুৱকে ফেচবুকত কৰিছিল এটা সাম্প্ৰদায়িক মন্তব্য । যাৰ বাবে শুকুৰবাৰে নগাঁও আৰক্ষীয়ে কামপুৰ আৰক্ষীৰ সহযোগত কামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে আব্দুল আজিমক ৷

ফেচবুকত মন্তব্য কৰাৰ আগত সাবধান !
author img

By

Published : Nov 1, 2019, 8:26 PM IST

নগাঁও, 1 নৱেম্বৰঃ চ'ছিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিছে আৰক্ষীয়ে । ফেচবুকত কোনো মন্তব্য দিয়াৰ আগত সাৱধান হওঁক আপুনিও । শেহতীয়াকৈ ফেচবুকত এটা সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছে এজন যুৱক । নগাঁৱৰ কামপুৰৰ আব্দুল আজিম নামৰ এজন যুৱকে ফেচবুকত কৰিছিল এটা সাম্প্ৰদায়িক মন্তব্য । যাৰ বাবে শুকুৰবাৰে নগাঁও আৰক্ষীয়ে কামপুৰ আৰক্ষীৰ সহযোগত কামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে আব্দুল আজিমক । ধৃত আব্দুল আজিমৰ ওপৰত জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

Intro:ফেচবুকত সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ যুৱক।

Body:চচিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষীয়ে। ফেচবুকত কোনো মন্তব্য দিয়াৰ আগত সাৱধান হওক আপুনিও। শেহতীয়াকৈ ফেচবুকত এটা সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছে এজন যুৱক। নগাঁৱৰ কামপুৰৰ আব্দুল আজিম নামৰ এজন যুৱকে ফেচবুকত কৰিছিল এটা সাম্প্ৰদায়িক মন্তব্য। মন্তব্য দিয়াৰ পিছতেই নগাওঁ আৰক্ষীয়ে কামপুৰ আৰক্ষীৰ সহযোগত কামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে আব্দুল আজিমক। ধৃত আব্দুল আজিমক জেৰা অব্যাহত ৰাখিছে নগাওঁ আৰক্ষীয়ে।
bite - জন দাস, dsp
-----------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১-১১-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.