নগাঁও,1 মাৰ্চঃ ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা ৷ ইয়াৰ মাজতে শনিবাৰৰ নিশা নগাঁৱৰ ৰাঙলুৰ গমাৰিআটিত এটা গৰু চোৰক ৰাইজে আটক কৰে ৷ ধৃত গৰুচোৰটো পশ্চিম গমাৰি আটিৰ লুকমান আলী ৷ ইয়াৰ পূৰ্বেও গৰুচুৰিৰ গোচৰত ৰঙাঘৰৰ আলহী হৈছিল লুকমান আলী ৷ ধৃত চোৰটোৱে এটা বৃহৎ দল লগত লৈ অঞ্চলটোৰ পৰা বহু গৰু চুৰি কৰি বিক্ৰী কৰি আহিছিল ৷ নিশা স্থানীয় লোকে চোৰটোক আটক কৰি উত্তম মাধ্যম দিয়ে ৷ বৰ্তমান চোৰৰ দলটো সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
নগাঁৱত গৰু চোৰক গণপ্ৰহাৰ কৰি চমজালে আৰক্ষীক - Nagaon Cow thief news
13:03 March 01
মাজতে শনিবাৰৰ নিশা নগাঁৱৰ ৰাঙলুৰ গমাৰিআটিত এটা গৰু চোৰক ৰাইজে আটক কৰে ৷ ধৃত গৰুচোৰটো পশ্চিম গমাৰি আটিৰ লুকমান আলী ৷ ইয়াৰ পূৰ্বেও গৰুচুৰিৰ গোচৰত ৰঙাঘৰৰ আলহী হৈছিল লুকমান আলী ৷