ETV Bharat / state

পুৰণিগুদামত সৰ্বমুঠ ৫৩ জনলৈ বৃদ্ধি ক'ভিড ৰোগীৰ সংখ্যা

পুৰণিগুদামত সৰ্বমুঠ ৫৩ জনলৈ বৃদ্ধি পালে ক'ভিড ৰোগীৰ সংখ্যা । শেহতীয়াকৈ পুৰণিগুদামত সৰ্বাধিক ১৬ জনৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ৰ অৱস্থিতি ।

covid positive at Puronigudam
পুৰণিগুদামত সৰ্বমুঠ ৫৩ জনলৈ বৃদ্ধি ক'ভিড ৰোগীৰ সংখ্যা
author img

By

Published : May 5, 2021, 6:38 PM IST

চামগুৰি,৫ মে': ৰাজ্যজুৰি কৰ'ণাৰ সংক্ৰমণ অব্যাহত আছে । পুৰণিগুদামত সৰ্বমুঠ ৫৩ জনলৈ বৃদ্ধি পালে ক'ভিড ৰোগীৰ সংখ্যা । মঙলবাৰেও পুৰণিগুদামত সৰ্বাধিক ১৬ জনৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ৰ অৱস্থিতি ।
জানিব পৰা মতে আক্ৰান্ত সকলৰ ভিতৰত ১১ জনৰ ঘৰ চলচলিৰ ৰঙীয়া গাঁৱত, আউনীআটি আৰু উৰিয়াগাঁৱৰ এজনকৈ, বাকী কেইজনৰ ঘৰ সূতাৰ ডেকাচুকত । স্বাস্থ্য বিভাগে আটাইকেইজনকে ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিবলৈ দিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:ৰাজ্যৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.