ETV Bharat / state

দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Dec 5, 2020, 7:05 PM IST

জন্ম পঞ্জীয়নৰ প্ৰমাণ পত্ৰৰ পৰা আদি কৰি মৃত্যুৰ পঞ্জীয়ন আৰু বৰ্তমান আধাৰ কাৰ্ডৰ বাবে ফ্ৰমখনত প্ৰয়োজন হোৱা ডাক্তৰৰ চহী কৰিবলৈও ধন দিব লাগে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

corruption-in-medical
দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ৰূপহীহাট, 5 ডিচেম্বৰ : সৰিয়হৰ ডুলিতেই ভূত ৷ ৰূপহীহাটৰ দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ দেশত স্বাস্থ্য বিভাগৰ নিকা কাৰ্যৰ বিষয়ে কৈ থকা স্বাস্থ্যমন্ত্ৰীৰ বিভাগতে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ পোহৰলৈ আহিছে ৷

প্ৰত্যেক দিনাই দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত HDMO জয়নাল আবেদিন ফাৰুকিৰ নিৰ্দেশত একাংশ দালালে এনেদৰে অবৈধ ভাৱে ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে যদিও এই অভিযোগ নতসাৎ কৰিছে জয়নাল আবেদিন ফাৰুকিয়ে ৷

লগতে পঢ়ক: নিৰ্বাচনী প্ৰচাৰ সভা নহয়, যেন সাংস্কৃতিক অনুষ্ঠানহে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.