ETV Bharat / state

কৰ'ণা গণ সংক্ৰমণঃ ব্যক্তিগত নাৰ্ছিংহোমত থকা ৰোগীৰ দেহত COVID 19 - নগাঁৱৰ চকলাঘাটৰ কংকন মুদৈ

নগাঁৱৰ চকলাঘাটৰ কংকন মুদৈ নামৰ যুৱকজনক জ্যেষ্ঠ চিকিৎসক প্ৰণৱ শইকীয়াই পেনেছিয়া নামৰ চেম্বাৰত চিকিৎসা কৰাৰ পিছত তেওঁক জি ডি হাস্পতালত ভৰ্তি কৰোৱা হয় ।

Nagaon
নগাঁও
author img

By

Published : Jun 19, 2020, 4:44 PM IST

নগাঁও, 19 জুন : শেহতীয়াকৈ কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকাই দেখা দিছে নগাঁও জিলাত। জিলাখনৰ এখন ব্যক্তিগত নাৰ্ছিংহোম জি ডি হাস্পতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ আই চি ইউত ভৰ্তি হৈ থকা এজন ৰোগীৰ দেহত COVID 19 ৰ অৱস্থিতি ধৰা পৰা পাছতে আশংকাত ভুগিছে নগাঁওবাসী । নগাঁৱৰ চকলাঘাটৰ কংকন মুদৈ নামৰ যুৱকজনক জ্যেষ্ঠ চিকিৎসক প্ৰণৱ শইকীয়াই পেনেছিয়া নামৰ চেম্বাৰত চিকিৎসা কৰাৰ পিছত তেওঁক জি ডি হাস্পতালত ভৰ্তি কৰোৱা হয় ।

নগাঁও

জি ডি হাস্পতালৰ আই চি ইউত ভৰ্তি কৰা কংকন গগৈৰ দেহত COVID 19 নিশ্চিত হোৱাৰ পিছত হুৱাদুৱা লাগে ব্যক্তিগত নাৰ্ছিং হোমত থকা ৰোগী, অভিভাৱকৰ মাজত। আনহাতে,উক্ত ঘটনাৰ পাছত কংকন গগৈক চিকিৎসা কৰা চিকিৎসক প্ৰণৱ শইকীয়াৰ অন্য ৰোগীৰ মাজতো এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । প্ৰশাসনে ব্যক্তিগত চিকিৎসালয়খন ছীল কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ যোৰহাটত ক'ৰণাৰে যুঁজ দিয়া কৰ্মচাৰীৰ SWAB সংগ্ৰহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.