ETV Bharat / state

তিৱা জনগোষ্ঠীৰ মাঘ বিহু উপলক্ষে কঠিয়াতলীত সমূহীয়া মৎস্য চিকাৰ - মৎস্য চিকাৰ

তিৱা জনগোষ্ঠীৰ মাঘ বিহু উপলক্ষে পূৰ্ব পৰম্পৰা ৰক্ষা কৰি কঠিয়াতলি বুকলুঙত শ শ ৰাইজ একত্ৰিত হৈ সমূহীয়াভাৱে কৰিলে মৎস্য চিকাৰ ৷

বঢ়মপুৰ
সমূহীয়া মৎস্য চিকাৰ
author img

By

Published : Jan 22, 2020, 3:49 PM IST

Updated : Jan 22, 2020, 6:13 PM IST

বঢ়মপুৰ, 22 জানুৱাৰীঃ আজি তিৱা জনগোষ্ঠীৰ মাঘ বিহু ৷ মধ্য অসমৰ তিৱা সকলে পৰম্পৰাগতভাৱে মাঘ মাহৰ প্ৰথমটো মংগলবাৰে উৰুকা আৰু প্ৰথমটো বুধবাৰে মাঘ বিহু পালন কৰে ৷ তিৱা সকলৰ ভোগৰ উৎসৱ উপলক্ষে আজি নগাঁও জিলাৰ তিৱা জনগোষ্ঠীৰ অন্যতম কেন্দ্ৰস্থল কঠিয়াতলিৰ লগতে লংজাপ অঞ্চলত চলিছে ব্যপক প্ৰস্তুতি ৷ ভোগৰ উৎসৱ উপলক্ষে প্ৰতিবছৰে তিৱা লোকসকলে উৰুকা আৰু বিহুৰ দিনা কঠিয়াতলি বুকলুঙত পৰম্পৰা অনুযায়ী শ শ ৰাইজ একত্ৰিত হৈ সমূহীয়াভাৱে মাছ ধৰাৰ পৰম্পৰা চলি আহিছে ৷ সেই পৰম্পৰা ৰক্ষা কৰি মঙ্গলবাৰে বিয়লি আৰু বিহুৰ দিনাখন পুৱাই হাতে হাতে জাকৈ, জাল, পল' আদি লৈ মৎস্য চিকাৰ কৰি আনন্দ ললে নগাঁৱৰ তিৱা লোক সকলে ৷

তিৱা জনগোষ্ঠীৰ মাঘ বিহু উপলক্ষে সমূহীয়া মৎস্য চিকাৰ

লগতে পঢ়কঃ বিহালীত মন্ত্ৰী ৰণজিৎ দত্তৰ একেদিনাই ৭টা স্থানত আধাৰশিলা স্থাপন

Intro:Story=আজি তিৱা সকলৰ মাঘ বিহু, পুৱাই জাল, পল লৈ শ শ লোক নামিল বুকলুত

 Anchor=আজি মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোক সকলৰ মাঘ বিহু। মধ্য অসমৰ তিৱা সকলে পৰম্পৰাগতভাৱে মাঘ মাহৰ প্ৰথমটো মংগলবাৰে উৰুকা আৰু প্ৰথটো বুধবাৰে মাঘ বিহু পালন কৰে। তিৱা সকলৰ ভোগৰ উৎসৱ ভোগালী বিহু দিনা হাঁহে-মাহে পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ উদ্যেশ্যৰে নগাঁও জিলাৰ অন্যতম তিৱা জনগোষ্ঠীৰ কেন্দ্রস্থল কঠিয়াতলিৰ লগতে লংজাপ অঞ্চলৰ তিৱা সকলৰ মাজত চলিছে ব্যাপক আয়োজন।
প্ৰতি বছৰে তিৱা সকলে ভোগালী উৰুকা আৰু বিহুৰ দিনা কঠিয়াতলি বুকলুঙত পৰম্পৰা অনুযায়ী মধ্যে অসমৰ নগাঁও, মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ শ শ ৰাইজ লগ হৈ একেলগে মাছ ধৰাৰ পৰম্পৰা আছে। ব্যতিক্ৰম নহ’ল এইবাৰো।মঙ্গলবাৰৰ বিয়লি ভাগৰ লগতে বিহুৰ দিনাখন পুৱাই হাতে হাতে জাকৈ, জাল, পল আদি মৎস্য চিকাৰ কৰি আনন্দ ললে নগাঁৱৰ তিৱা লোক সকলে ।

Byte=স্থানীয়লোক

Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
Last Updated : Jan 22, 2020, 6:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.