নগাঁ, ১৭ এপ্ৰিলঃ নগাঁৱৰ বিভিন্ন অঞ্চলত ধুমুহাৰ তাণ্ডৱ। বিস্তৰ ক্ষতি সাধন ঘৰ-দুৱাৰ,গছ-গছনিকে ধৰি পোহনীয়া জীৱ-জন্তুৰ ।ৰঙালী উৎসৱৰ উৎসাহ উদ্দীপনাৰ মাজতে নগাঁও জিলাৰ পশ্চিম অঞ্চলত প্ৰচণ্ড ধুমুহা । নিশাৰ ভাগত অহা ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে কেবাটাও পৰিয়ালৰ। ধিং ,বটদ্ৰৱাত ধুমুহাই ভাঙিলে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ গছ- গছনিকে ধৰি বিদ্যুতৰ খুটা । অঞ্চলজুৰি ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা।
বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতিসাধন নগাঁৱত - ধুমুহা
ধিং,বটদ্ৰৱাত ধুমুহাই ভাঙিলে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ, গছ-গছনিকে ধৰি বিদ্যুতৰ খুঁটা । অঞ্চলজুৰি ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা ।
![বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতিসাধন নগাঁৱত](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3025627-thumbnail-3x2-nagaon.jpg?imwidth=3840)
বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতি সাধন নগাঁৱত
নগাঁ, ১৭ এপ্ৰিলঃ নগাঁৱৰ বিভিন্ন অঞ্চলত ধুমুহাৰ তাণ্ডৱ। বিস্তৰ ক্ষতি সাধন ঘৰ-দুৱাৰ,গছ-গছনিকে ধৰি পোহনীয়া জীৱ-জন্তুৰ ।ৰঙালী উৎসৱৰ উৎসাহ উদ্দীপনাৰ মাজতে নগাঁও জিলাৰ পশ্চিম অঞ্চলত প্ৰচণ্ড ধুমুহা । নিশাৰ ভাগত অহা ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে কেবাটাও পৰিয়ালৰ। ধিং ,বটদ্ৰৱাত ধুমুহাই ভাঙিলে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ গছ- গছনিকে ধৰি বিদ্যুতৰ খুটা । অঞ্চলজুৰি ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা।
বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতি সাধন নগাঁৱত
বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতি সাধন নগাঁৱত
Intro:ধিং বটদ্ৰৱাত ধুমুহাৰ তাণ্ডৱ । বিস্তৰ ক্ষতিসাধন ।Body:ৰঙালী উৎসৱৰ উৎসাহ উদ্দীপনাৰ মাজতে নগাওঁ জিলাৰ পশ্চিম অঞ্চলত চলিল প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ । নিশাৰ ভাগত ধুমুহাই কালৰূপ ধাৰন কৰি ক্ষতি গ্ৰস্ত কৰিলে বহু পৰিয়ালক । ধিং ,বটদ্ৰৱাত ধুমুহাই ভাঙিলে ঘৰ দুৱাৰ গছ গছনিকে ধৰি বিদ্যুৎৰ খুটা আৰু তাৰ । ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা ।__________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion: