ETV Bharat / state

নগাঁৱৰ এটা দ কুঁৱাত এডাল বিষাক্ত চকৰী ফেঁটীৰ মৰণপন যুঁজ - barhampur

এই বিষাক্ত সাপডাল চাবলৈ আৰ্দশ গাঁৱত যথেষ্ট লোকৰ সমাগম ঘটে ৷

দ কুঁৱাত এডাল বিষাক্ত চকৰী ফেঁটীৰ মৰণপন যুঁজ
author img

By

Published : Aug 28, 2019, 1:11 PM IST

বঢ়মপুৰ , 28 আগষ্টঃ নগাঁৱৰ বঢ়মপুৰৰ আৰ্দশ গাঁৱত এডাল বিষাক্ত ফেঁটী সাপ উদ্ধাৰ হয়৷ বিষাক্ত ফেঁটীসাপডাল হঠাৎ এটা দ গাঁতত পৰি দিশহাৰা হৈ পৰে ৷

দ কুঁৱাত এডাল বিষাক্ত চকৰী ফেঁটীৰ মৰণপন যুঁজ

স্থানীয় ৰাইজে বহু চেষ্টা কৰিও বিষাক্ত তথা বিৰল প্ৰজাতিৰ ফেঁটী সাপ ডাল উদ্ধাৰ কৰিবলৈ সক্ষম নহয় ৷ নিজৰ জীৱনটো বচাবলৈ অশেষ চেষ্টা কৰি চটফটাই ফুৰা সাপডালক অৱশেষত দুলু বৰা নামৰ এজন লোকে 20 ফুট দ গাঁতটোৰ পৰা উদ্ধাৰ কৰে ৷ সাপডাল উদ্ধাৰ কৰি প্ৰকৃতি প্ৰেমী দুলু বৰাই এখন সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে৷

Intro:SLUG:BRAHAMPUR COBRA RESCUE

নগাঁৱৰ বঢ়মপুৰৰ আৰ্দশগাঁৱৰত এডাল বিষাক্ত ফেটীসাপ উদ্ধাৰ ।

Anchor+v.o: এটা দ কুৱাত এডাল বিষাক্ত চকৰী ফেঁটীৰ মৰণপন যুঁজ । নগাঁৱৰ বঢ়মপুৰৰ আৰ্দশগাঁৱত হঠাৎ এটা দ গাঁতত পৰি দিশহাৰা হৈ পৰে এডাল বিষাক্ত ফেটীসাপ ।স্থানীয় ৰাইজে বহু চেষ্টা কৰিও উদ্ধাৰ কৰিব নোৱাৰিলে বিষাক্ত তথা বিৰল প্ৰজাতিৰ ফেঁটী সাপ ডাল ।নিজৰ জীৱনটো বচাবলৈ অশেষ চেষ্টা কৰি চটফটাই ফুৰা সাপডাল অৱশেষত হৈ পৰিল দিশহাৰা । ঘটনাৰ খৱৰ পায় নগাঁৱৰ বঢ়মপুৰত উপস্থিত হ'ল চাপানালাৰ প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰা ।অতি সাহসিকতাৰে দুলু বৰায়ে প্ৰায় ২০ফুট দ গাঁতটোৰ পৰা অৱশেষত সাপ ডাল উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল আৰু সাপডাল উদ্ধাৰ কৰি প্ৰকৃতি প্ৰেমী গৰাকীয়ে পাছত এখন সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে ।আনহাতে বঢ়মপুৰৰ আৰ্দশ গাঁৱত সাপৰ লগত খেলা কৰা এই বিশেষ মানুহ জন আৰু সাপ ডাল চাবলৈ যথেষ্ট লোকৰ সমাগম ঘটে ।

Body:Bite:Dulu Borah

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.