ETV Bharat / state

নগাঁৱত জব্দ অবৈধ কয়লা ভৰ্তি ট্ৰাক

কাৰ্বি আংলংৰ বিভিন্ন স্থানৰ পৰা নিশা ট্ৰাকে ট্ৰাকে অবৈধভাৱে সৰবৰাহ হয় কয়লা ৷

Coal Laden Truck Seized at in Nagaon
নগাঁৱত জব্দ অবৈধ কয়লা ভৰ্তি ট্ৰাক
author img

By

Published : Jan 20, 2020, 10:21 PM IST

নগাঁও, 20 জানুৱাৰী : নগাঁৱৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে আৰক্ষীয়ে অভিযান চলাই তিনিখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে ৷ অভিযানৰ সময়ত আৰক্ষীয়ে ট্ৰাকখনৰ চালক হেণ্ডিমেনসহ সাতজনক আটক কৰে ৷ আটকাধীন ট্ৰাকখনৰ চালককেইজন ক্ৰমে অমৰ আলী, মেহবুৰ ৰহমান আৰু আজাৰুল ইছলাম ৷ আনহাতে জব্দ কৰা ট্ৰাককেইখনৰ নম্বৰ AS 25 EC 0744, AS 01 JC 1041 আৰু AS 02 JC 3403 ৷

নগাঁৱত জব্দ অবৈধ কয়লা ভৰ্তি ট্ৰাক

উল্লেখ্য যে, কাৰ্বি আংলংৰ বিভিন্ন স্থানৰ পৰা নিশা ট্ৰাকে ট্ৰাকে অবৈধ ভাৱে সৰবৰাহ হয় কয়লা ৷ দেওবাৰে নিশাও কাৰ্বি আংলংৰ ডিফুৰ বকলীয়া আৰু নখুটিৰ পৰা নগাঁৱলৈ অবৈধ ভাৱে কয়লাখিনি সৰবৰাহ কৰা সময়ত আৰক্ষীয়ে কয়লা ভৰ্তি ট্ৰাক তিনিখন জব্দ কৰে ৷

Intro:বঢ়মপুৰৰ কামপুৰত অবৈধ কয়লা ট্ৰাক জব্দ।

ANCHOR=ৰাজ্যত বৰ্তমানেও সক্ৰিয় হৈ আছে অবৈধ কয়লা চিণ্ডকেট ৷ নিশা ট্ৰাকে ট্ৰাকে কাৰ্বি আলঙৰ বিভিন্ন স্থানৰ পৰা অবৈধ ভাৱে সৰবৰাহ হয় কয়লা ৷ কাৰ্বি আংলংৰ ডিফুৰ বকলীয়া আৰু নখুটিৰ পৰা অবৈধ ভাৱে কয়লা সমূহ নগাঁৱলৈ আনি থকা অৱস্থাত দেওবাৰে ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা আৰক্ষীয়ে তিনিখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে চালক হেণ্ডিমেন সহ সাত জনক আটক কৰে ৷ ধৃত ট্ৰাক চালক কেইজন ক্ৰমে অমৰ আলী, মেহবুৰ ৰহমান আৰু আজাৰুল ইছলাম ৷ ট্ৰাক কেইখনৰ নম্বৰ AS25EC-0744/AS01JC-1041/AS02CC-3403।এনেদৰে নিশাৰ আন্ধাৰত কয়লা সৰবৰহাৰ কৰা ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে ৰাজ্যত বৰ্তমানেও অব্যাহত আছে অবৈধ কয়লা চিন্ডিকেট।

Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.