ETV Bharat / state

NIAত যোগদানৰ পূৰ্বে আলোচনাত মিলিত নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় - ড৹ আবু হানিফা

শনিবাৰে নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিক বিদায়ী সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ৷ উল্লেখ্য যে কিছুদিন পিচতে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAত যোগদান কৰিব আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

citizen meet nagaonআৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় police
আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়
author img

By

Published : Jan 25, 2020, 8:06 PM IST

নগাঁও, 25 জানুৱাৰীঃ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAত যোগদানৰ পূৰ্বে নগাঁৱৰ নাগৰিকৰ সৈতে আলাপ অনুষ্ঠানত মিলিত হয়, আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি ৷ শংকৰব্ৰত ৰায় মেধিক শনিবাৰে বিদায়ী সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ৷ নগাওঁ আৰক্ষী চাউনীৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি, জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতি, ড৹ আবু হানিফাকে ধৰি বহু জ্যেষ্ঠ নাগৰিকৰ লগতে বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে, বিগত দিনত নগাঁও আৰক্ষীয়ে লাভ কৰা সফলতাৰ বাবে আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিক প্ৰশংসা কৰে ৷

NIA ত যোগদানৰ পূৰ্বে এক আলাপ অনুষ্ঠানত মিলিত হয় নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়

লগতে পঢ়ক ঃ সামৰণি পৰিল শংকৰদেৱ সংঘৰ বাক্সা জিলাৰ নৱম বাৰ্ষিক অধিৱেশন

Intro:NIA ত যোগদানৰ পূৰ্বে নগাঁৱৰ নাগৰিকৰে আলাপ অনুষ্ঠান আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ। বিভিন্ন অনুষ্ঠান,প্ৰতিষ্ঠানে জ্ঞাপন কৰে বিদায়ী সম্বৰ্ধনা। গণতান্ত্ৰিক দেশত ব্ৰিটিছৰ পুলিচিং নচলিব। ৰাইজৰ সহযোগতহে সফলতা সম্ভৱ। মন্তব্য শংকৰব্ৰত ৰায় মেধিৰ।

Body:NIA ৰ মূখ্য কার্যালয়লৈ বদলি হোৱা নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিক শনিবাৰে বিদায়ী সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁৱৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানে। NIAত যোগদানৰ প্ৰকমহুৰ্তত নগাঁৱৰ নাগৰিকৰ সৈতে এক আলাপ অনুষ্ঠানত মিলিত হয় আই পি এছ বিষয়া শংকৰ ব্ৰত ৰায় মেধি। নগাওঁ আৰক্ষী চাউনিৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি, জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতি, ডঃ আবু হানিফাকে আদি কৰি বহু জ্যেষ্ঠ নাগৰিক, বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে বিগত দিনত নগাওঁ আৰক্ষীয়ে লাভ কৰা সফলতাৰ বাবে আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিক প্ৰশংসা কৰে। অনুষ্ঠানত আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে ৰাইজৰ লগতে নগাঁৱৰ প্ৰতিজন আৰক্ষীৰ বাবে সফলতা সম্ভৱ হোৱা বুলি মন্তব্য কৰে। লগতে আৰক্ষী সদায় স্পষ্টবাদী হব লাগে বুলি উল্লেখ কৰি গণতান্ত্ৰিক দেশত ব্ৰিটিচৰ পুলিচিং , দমন নীতিৰ বিপৰীতে অগবাঢ়িলে অসমৰ ৰাইজে আঁকোৱালি লব বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে।
bite- ভাষণ।
----------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৫-১-২০

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.