ETV Bharat / state

ন্যায়ালয়ৰ বাধাকো নেওচি কামপুৰত ম'হযুঁজ প্ৰতিযোগিতা - ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন

ন্যায়ালয়ৰ বাধাকো নেওচি দেওবাৰে কামপুৰ তেতেলিসৰা বামুন দলং বলুকাত কৌটি কলীয়া পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ল ম'হযুঁজ প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত 20হাল ম'হে যোগদান কৰে ৷ ম'হযুঁজস্থলীত ম'হৰ যুঁজে উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷

BUFFALO FIGHTS AT KAMPUR
ন্যায়ালয়ৰ বাধাকো নেওচি কামপুৰত ম'হযুঁজ প্ৰতিযোগিতা
author img

By

Published : Jan 18, 2021, 10:05 AM IST

বঢ়মপুৰ,18জানুৱাৰী:ন্যায়ালয়ৰ বাধাকো নেওচি দেওবাৰে কামপুৰ তেতেলিসৰা বামুন দলং বলুকাত অনুষ্ঠিত হ'ল ম'হযুঁজ প্ৰতিযোগিতা ৷ ভোগালী বিহু উপলক্ষে কৌটি কলীয়া পৰম্পৰা ৰক্ষা কৰি আয়োজন কৰা এই ম'হযুঁজ উপভোগ কৰিবলৈ ভিৰ কৰেহি হাজাৰ হাজাৰ লোকে ৷ ইপিনে প্ৰতিযোগিতাত 20হাল ম'হে যোগদান কৰে ৷ ম'হযুঁজস্থলীত ম'হৰ যুঁজে উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷

ন্যায়ালয়ৰ বাধাকো নেওচি কামপুৰত ম'হযুঁজ প্ৰতিযোগিতা

উল্লেখ্য যে,ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ম'হযুঁজ বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ তদুপৰি জন বিশ্বাস অনুসৰি,মাঘত ম’হৰ শিঙত যি পোকৰ সৃষ্টি হয় তাক যুঁজৰ মাজেৰে নাশ কৰিবৰ বাবেই ম’হ গোৱাল সকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰে ম’হ যুঁজ ।

লগতে পঢ়কঃ সমন্বয়ৰ পীঠস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবড়ী থান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.