ETV Bharat / state

আজিৰে পৰা পাঁচদিনীয়া কাৰ্য্যসূচীৰে নেহেৰুৱালীত ভোগালী উৎসৱ

author img

By

Published : Jan 14, 2021, 5:02 PM IST

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে নেহেৰুৱালীৰ ভোগলী উৎসৱ ৷ প্ৰথমৱ দিনা কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই ৷ ইফালে উদযাপন সমিতিয়ে সদৰি কৰা অনুসৰি ভোগালী উপলক্ষে আজিৰে পাৰ আৰম্ভ হৈছে ভোগালী মেলা ৷

bhugali utsav at nagaon neherubali
আজিৰে পৰা পাঁচদিনীয়া কাৰ্য্যসূচীৰে নেহেৰুৱালীত ভোগালী উৎসৱ

নগাঁও, 14 জামুৱাৰী : নগাঁও জিলাৰ নেহেৰুৱালীত বৃহস্পতিবাৰৰ পৰা পাঁচদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে ভোগালী উৎসৱ । বৃহস্পতিবাৰৰ পুৱা কাঠৰ মেজি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় প্ৰথম দিনা কাৰ্যসূচী ৷

bhugali-utsav-at-nagaon-neherubali
জনগোষ্ঠীয় খাদ্যৰ বিপনি

উক্ত কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে সদৌ নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই ৷ ইফালে উদযাপন সমিতিয়ে সদৰি কৰা অনুসৰি ভোগালী উপলক্ষে আজিৰে পাৰ আৰম্ভ হৈছে ভোগালী মেলা ৷ মেলাত অসমীয়া পৰম্পৰাগত বিভিন্ন সামগ্ৰীৰ লগতে খাদ্য সম্ভাৰৰ বিপনি সমূহত জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য পোৱা যাব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে ৷

bhugali-utsav-at-nagaon-neherubali
অসমীয়াৰ পৰম্পৰাগত সামগ্ৰীৰ বিপনি

উল্লেখ্য যে, ধেমাজি, মাজুলী, লক্ষীমপুৰৰ লগতে বিভিন্ন জিলাৰ পৰা অহা বিপনীসমূহত পোৰা গাহৰিৰ পৰা কেঁকুৰা, পুৰাং, আপিন আদি জনগোষ্ঠীয় খাদ্য উপলদ্ধ হ'ব ৷

bhugali-utsav-at-nagaon-neherubali
গাহৰি আৰু কেঁকৰা পোৰা

লগতে পঢ়ক:বিশ্বনাথত বন বিভাগৰ কাৰ্যালয়ত অগ্নিসংযোগ স্থানীয় ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.