ETV Bharat / state

বটদ্ৰৱাত শাওণীয়া শিৱ মহাপূজা - ASSAM

ঐতিহাসিক বটদ্ৰৱাৰ সোনাই পাৰ গৌৰীনাথ শিৱ মন্দিৰৰ শাওণীয়া শিৱ মহাপূজা আৰু ৰুদ্ৰ মহাযজ্ঞত শ শ দৰ্শনাৰ্থীয়ে ল'লে আৰ্শীষ ।

বটদ্ৰৱাৰ শাওণীয়া শিৱ মহাপূজা
author img

By

Published : Aug 12, 2019, 5:33 PM IST

বটদ্ৰৱা, 12 আগষ্ট : বেদ মন্ত্ৰ আৰু মাংগলিক ধ্বনিৰে মুখৰিত ঐতিহাসিক বটদ্ৰৱাৰ সোনাই পাৰ গৌৰীনাথ শিৱ মন্দিৰ প্ৰাংগণ। শাওণীয়া শিৱ মহাপূজা আৰু ৰুদ্ৰ মহাযজ্ঞত শ শ ভকত বৈষ্ণৱৰ উপস্থিতিত পৰিণত হয় দ্বিতীয় বৈকুণ্ঠপুৰীলৈ। ডেকা,গাভৰু বয়োজ্যেষ্ঠ জনেও মহাৰুদ্ৰ যজ্ঞত প্ৰদান কৰিলে পূৰ্ণাহুতি। বিগত বছৰৰ দৰে এইবাৰো ২০তম শাওণীয়া শিৱ মহাপূজা আৰু ৰুদ্ৰ মহাযজ্ঞলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰা আগমণ ঘটিছে দৰ্শনাৰ্থীৰ ৷ সোমবাৰে শেষৰ দিনা নিত্য পূজা,মহা ৰূদ্ৰ ষোড়ষো প্ৰচাৰ পূজনৰ লগতে আহুতি প্ৰদানত অংশ গ্ৰহণ কৰে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত বৈষ্ণৱে। সন্ধিয়া অনুষ্ঠিত হ'ব লগীয়া মহা আৰতিৰে শিৱ মহাপূজা আৰু ৰুদ্ৰ মহাযজ্ঞৰ কাৰ্যসূচীৰে সামৰণি পৰিব এই অনুষ্ঠানটোৰ ৷

বটদ্ৰৱাত শাওণীয়া শিৱ মহাপূজা

Intro:বেদ মন্ত্ৰ আৰু মাংগলিক ধ্বনিৰে মুখৰিত ঐতিহাসিক বটদ্ৰৱাৰ সোনাই পাৰ গৌৰীনাথ শিৱ মন্দিৰ । শাওণীয়া শিৱ মহাপূজা আৰু ৰুদ্ৰ মহা যজ্ঞত শ শ দৰ্শনাথীয়ে ললে আৰ্শীষ ।Body:বেদ মন্ত্ৰ আৰু মাংগলিক ধ্বনিৰে মুখৰিত ঐতিহাসিক বটদ্ৰৱাৰ সোনাই পাৰ গৌৰীনাথ শিৱ মন্দিৰ প্ৰাংগন । শাওণীয়া শিৱ মহাপূজা আৰু ৰুদ্ৰ মহা যজ্ঞত শ শ ভকত বৈষ্ণৱ উপস্থিতিত পৰিণত হয় দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ । ডেকা, গাভৰু বয়োজ্যেষ্ঠ জনেও মহা ৰুদ্ৰ যঞ্জত প্ৰদান কৰিলে পূৰ্ণাহুতি । বটদ্ৰৱাৰ পুৰাণ প্ৰসিদ্ধ সোনাই পাৰ গৌৰীনাথ মন্দিৰত জগতৰ কল্যাণৰ বাবে বিগত বছৰৰ দৰে এইবাৰো ২০ তম শাওণীয়া শিৱ মহাপূজা আৰু বৰ্নাঢ্য ৰুদ্ৰ মহা যজ্ঞলৈ ৰাজ্যৰ বিভিন্ন প্রান্তত পৰা আগমন ঘটিছে দৰ্শনাৰ্থীৰ। শিৱ বাবাৰ ভকত বৈষ্ণৱে শিৱ বাবাক পূজা কৰি মনোবাঞ্চা সিদ্ধিৰ বাবে আহিছে মন্দিৰলৈ ।আজি সোমবাৰে শেষৰ দিনা নিত্য পূজা, মহা ৰূদ্ৰ ষোড়ষো প্ৰচাৰ পূজনৰ লগতে আহুতি প্ৰদানত অংশ গ্ৰহণ কৰে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত বৈষ্ণবে । শিৱ বাবাৰ ভকত বৈষ্ণৱে হাতে হাতে নাৰিকল লৈ পূৰ্ণাহুতি প্ৰদান কৰা দৃশ্য আছিল নান্দনিক । ইফালে সন্ধ্যা অনুষ্ঠিত হব লগিয়া মহা আৰতিৰে শিৱ মহাপূজা আৰু ৰুদ্ৰ মহা যজ্ঞৰ কাৰ্যসূচীৰে এনেদৰেই পৰিব সামৰণি।___________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.