ETV Bharat / state

দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা অৰ্জন বটদ্ৰৱাৰ বিৰাজৰ - চকলাঘাট

৮৯%শতাংশৰে উজ্বলিল বটদ্ৰৱা চকলাঘাটৰ বিৰাজ কুমাৰ শইকীয়া

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা অৰ্জন বটদ্ৰৱাৰ বিৰাজৰ
author img

By

Published : May 17, 2019, 5:44 PM IST

বটদ্ৰৱা,১৭ মে': অভাৱে কোঙা কৰিব নোৱাৰা এজন ছাত্ৰ। নাম বিৰাজ কুমাৰ শইকীয়া। নগাঁও জিলাৰ বটদ্ৰবাৰ চকলাঘাটৰ নিবাসী প্ৰদীপ শইকীয়া আৰু জ্যোতি ৰেখা শইকীয়াৰ দ্বিতীয় পুত্ৰ বিৰাজ। শিক্ষা আহৰণৰ ক্ষেত্ৰত আৰ্থিক দীনতা যে কোনো কাৰণতে হেঙাৰ হ'ব নোৱাৰে এই কথাষাৰ পুনৰবাৰ প্ৰমাণ কৰিলে ছাত্ৰগৰাকীয়ে। বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ চকলাঘাট অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে কৃতী ছাত্ৰ গৰাকীয়ে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা অৰ্জন বটদ্ৰৱাৰ বিৰাজৰ

চকলাঘাট উচ্চ মাধ্যমিক বিদ্যালয় পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ পাঁচটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি সৰ্ববমুঠ ৫৩৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰগৰাকীয়ে । উল্লেখ্য যে বিৰাজৰ দেউতাকে লোকৰ দোকান কাম কৰি বহু কষ্টৰে পঢ়ুৱাবলগীয়া হৈছে। পঢ়া শুনা কৰিবলৈ ঘৰত মাত্ৰ এখন টেবুল‌েই আছিল। য'ত ২ গৰাকী ককাই-ভায়ে একেলগে পঢ়া সম্ভব নাছিল। সেয়ে প্ৰায়ে বিছনাত আৰু মজিয়াতেই পঢ়িব লগা হৈছিল । এনেদৰেই পঢ়ি বিৰাজে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৯% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ভবিষ্যতে NDAত অধ্যয়ন কৰাৰ সপোন বিৰাজৰ । পিছে, দৰিদ্ৰতাই এতিয়া হেঙাৰৰূপে থিয় দিছে পৰিয়ালটোৰ সন্মুখত। উচ্চ শিক্ষা গ্ৰহণত ছাত্ৰীগৰাকীক সহায় সহযোগিতা আগবঢ়াবলৈ সুহৃদয়বান ব্যাক্তি তথা চৰকাৰলৈ আহ্বান জনাইছে চকলাঘাটবাসী ৰাইজে ।

Intro:দৰিদ্ৰতাক নেওচি ৮৯%শতাংশৰে উজ্বলিল বটদ্ৰৱা চকলাঘাটৰ বিৰাজ কুমাৰ শইকীয়া । NDA ত অধ্যয়ন কৰাৰ সপোন ছাত্ৰ জনৰ ।Body:অভাৱে কোঙা কৰিব নোৱাৰা এগৰাকী ছাত্ৰ। নাম বিৰাজ কুমাৰ শইকীয়া । নগাঁও জিলাৰ বটদ্ৰবাৰ চকলাঘাটৰ নিবাসী প্ৰদিপ শইকীয়া আৰু জ্যোতি ৰেখা শইকীয়াৰ দ্বিতীয় পুত্ৰ বিৰাজ । শিক্ষাৰ আহৰণৰ ক্ষেত্ৰত আৰ্থিক দীনতা যে কোনো কাৰণতে হেঙাৰ হ'ব নোৱাৰে এই কথাষাৰ পুনৰবাৰ প্ৰমাণ কৰিলে ছাত্ৰীগৰাকীয়ে। বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ চকলাঘাট অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে কৃতী ছাত্ৰ গৰাকীয়ে । চকলাঘাট উচ্চ মাধ্যমিক বিদ্যালয় পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ পাঁচটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি সৰ্ববমুঠ ৫৩৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰীগৰাকীয়ে।উল্লেখ্য যে বিৰাজৰ দেউতাকে লোকৰ দোকান কাম কৰি বহু কষ্টৰে পঢ়ুৱাওব লগীয়া হৈছে । পঢ়া শুনা কৰিবলৈ ঘৰত মাত্ৰ এখন টেবুল‌ই আছিল।যত ২গৰাকী ককাই ভায়ে একেলগে পঢ়া সম্ভব নাছিল । সেয়ে প্ৰায়ে বিছনাত আৰু মজিয়াতেই পঢ়িব লগা হৈছিল। এনেদৰেই পঢ়ি বিৰাজে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৯% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিৰাজৰ পিতৃয়ে উপাৰ্জন কৰা ধনে যেনেতেনে পোহপাল দি আছে ৪ জনীয়া পৰিয়ালটো। সৰুৰেপৰা ঘৰৰ সকলো ধৰণৰ কাম-কাজত সহায় কৰাৰ সমানে সমানে অধ্যয়নকাৰ্যও চলাই যোৱা বিৰাজে পঢ়াৰ বাবে পোৱা নাছিল প্ৰয়োজনীয় সা-সুবিধা। আনকি অধ্যয়নৰ বাবে নাছিল নিজা কিতাপ পত্ৰ। আনৰ পৰা অনা কিতাপ পত্ৰৰেই পঢ়িছিল বিৰাজে ৷ ভবিষ্যতে NDA ত অধ্যয়ন কৰাৰ সপোন বিৰাজৰ । পিছে, দৰিদ্ৰতাই এতিয়া হেঙাৰৰূপে থিয় দিছে পৰিয়ালটোৰ সন্মুখত । উচ্চ শিক্ষা গ্ৰহণত ছাত্ৰীগৰাকীক সহায় সহযোগীতা আগবঢ়াবলৈ সুহৃদয়বান ব্যাক্তি তথা চৰকাৰলৈ আহ্বান জনাইছে চকলাঘাটবাসী ৰাইজে।_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।
Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.