ETV Bharat / state

পুনৰ নাকচ হ'ল নীল-অভি হত্যাকাণ্ডৰ অভিযুক্তৰ জামিন

author img

By

Published : Jun 17, 2020, 4:35 PM IST

কৰ'ণা সৃষ্ট পৰিৱেশৰ দোহাই দি আদালতত নীল-অভি হত্যাকাণ্ডৰ অভিযুক্তৰ জামিনৰ বাবে কৰা আবেদন পুনৰবাৰ নাকচ কৰা হ'ল ৷

bail pil rejected for the accused of abhi-nil murder

নগাঁও, 17 জুনঃ পুনৰ নাকচ হ'ল নীল-অভি হত্যাকাণ্ডৰ অভিযুক্তৰ জামিন ৷ ডকমকাত সংঘটিত নৃশংস হত্যাকাণ্ডৰ ৪৭ জনকৈ অভিযুক্তৰ জামিন বিচাৰি নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত জামিন বিচাৰি আবেদন কৰিছিল অভিযুক্ত পক্ষৰ অধিবক্তাই ৷ চৰকাৰী পক্ষই আপত্তি জনোৱাত নগাঁও আদালতে মঙলবাৰে দুয়ো পক্ষৰ যুক্তি গ্ৰহণ কৰি নাকচ কৰে অভিযুক্তৰ জামিন ৷ কৰ'ণা সৃষ্ট পৰিৱেশৰ দোহাই দি আদালতত জামিনৰ আবেদন কৰিছিল ৷

পুনৰ নাকচ হ'ল নীল-অভি হত্যাকাণ্ডৰ অভিযুক্তৰ জামিন

লগতে পঢ়কঃ এটা বিড়ি প্ৰতিষ্ঠানৰ বিৰুদ্ধে বঙাইগাঁৱত এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.