ETV Bharat / state

বটদ্ৰৱাত নিষিদ্ধ হল পলিথিনৰ মোনা - BATADRAVA

জৈৱ বৈচিত্ৰ ৰক্ষাৰ বাবে সমগ্ৰ বিশ্বৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিয়েও থান চৌহদ পলিথিন মুক্ত কৰা প্ৰয়াসেৰে কাপোৰৰ মোনা প্ৰচলন আৰম্ভ কৰে ।

বটদ্ৰৱাত নিষিদ্ধ হল পলিথিনৰ মোনা
author img

By

Published : May 18, 2019, 10:08 PM IST

নগাঁও, ১৮ মেঃ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত আজিৰে পৰা নিষিদ্ধ হল পলিথিনৰ মোনা । পলিথিন মুক্ত কৰাৰ প্ৰয়াসেৰে কাপোৰৰ মোনা প্ৰচলন ।

বটদ্ৰৱাত নিষিদ্ধ হল পলিথিনৰ মোনা

মহাপুৰুষ শ্ৰীমন্ত শংকৰৰদেৱে সমগ্ৰ অসমীয়া জাতিক সামাজিক, সাংস্কৃতিক আদি সকলো দিশতে উত্তৰণৰে যি সমাজ গঠন কৰি নাম ধৰ্ম প্ৰচাৰ কৰিছিল তাত সাংগীতিক বাদ্য, বহাৰ আসন আৰু প্ৰসাদৰ উপকৰণ, প্ৰসাদ বিতৰণ, প্ৰসাদ গ্ৰহণ আনকি জলপান আৰু আহাৰ গ্ৰহণৰ ক্ষেত্ৰত কলপাত, পদুম পাত, কলপটুৱা, কলৰ দোনা আদি সম্পূৰ্ণ প্ৰাকৃতিক তথা জৈৱিক উপাদান ব্যৱহাৰ কৰিছিল । কিন্তু সভ্যতাৰ উত্তৰণৰ লগে লগে সমগ্ৰ বিশ্বৰ বাবে ত্ৰাসৰ সৃষ্টি কৰা প্লাষ্টিকৰ পলিথিনৰ প্ৰয়োগো আহি আমাৰ নামঘৰ সমূহত প্ৰচলিত হৈ পৰে। জৈৱ বৈচিত্ৰ ৰক্ষাৰ বাবে সমগ্ৰ বিশ্বৰ লগতে আজি বটদ্ৰৱা থান পৰিচালনা সমিতিয়েও থান চৌহদ পলিথিন মুক্ত কৰা প্ৰয়াসেৰে কাপোৰৰ মোনা প্ৰচলন আৰম্ভ কৰে। উল্লেখ্য যে সমগ্র বিশ্বতে জীৱকুললৈ ধ্বংসযজ্ঞ কঢ়িয়াই অনা প্লাষ্টিক তথা পলিথিন বৰ্জন যি বিশ্বজনীন প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ লগত হাতে হাত মিলাই পৃথিৱীখনক সেউজীয়া কৰি ৰখাৰ প্ৰয়াসেৰে বটদ্ৰৱাত পলিথিন মুক্ত কৰা থান পৰিচালনা সমিতিৰ এনে প্ৰয়াসক সকলোৱে শলাগ লৈছে ।

লগতে আন এটা বাতৰি - যোৰহাটত পবিত্ৰ বুদ্ধ পূৰ্ণিমা উদযাপন

Intro:বটদ্ৰৱাত নিষিদ্ধ হল পলিথিনৰ মোনা।
বটদ্ৰৱা থানৰ আদৰণীয় পদক্ষেপ, পলিথিন মুক্ত কৰা প্ৰয়াসেৰে কাপোৰৰ মোনা প্ৰচলন । Body:বটদ্ৰৱা থানত আজিৰে পৰা নিষিদ্ধ হল পলিথিনৰ মোনা ।গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত দেওবাৰৰে পৰা পলিথিন মুক্ত কৰা প্ৰয়াস থান পৰিচালনা সমিতিৰ । বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে পলিথিনৰ মোনাৰ সলনি কাপোৰৰ মোনাৰ প্ৰচলনৰ এক নতুন অভিযান আৰম্ভ । মহাপুৰুষ শ্ৰীমন্ত শংকৰৰদেৱে সমগ্ৰ অসমীয়া জাতিক সামাজিক, সাংস্কৃতিক আদি সকলো দিশতে উত্তৰনৰে যি সমাজ গঠন কৰি নাম ধৰ্ম প্ৰচাৰ কৰিছিল তাত সাংগীতিক বাদ্য, বহাৰ আসন আৰু প্ৰসাদৰ উপকৰণ, প্ৰসাদ বিতৰণ, প্ৰসাদ গ্ৰহণ আনকি জলপান আৰু আহাৰ গ্ৰহণৰ ক্ষেত্ৰত কলপাত, পদুম পাত, কলপটুৱা, কলৰ দোনা আদি সম্পূৰ্ণ প্ৰাকৃতিক তথা জৈৱিক উপাদান ব্যৱহাৰ কৰিছিল। কিন্তু সভ্যতাৰ উত্তৰনৰ লগে লগে সমগ্ৰ বিশ্বৰ বাবে ত্ৰাসৰ সৃষ্টি কৰা প্লাষ্টিকৰ পলিথিনৰ প্ৰয়োগো আহি আমাৰ নামঘৰ সমূহত প্ৰচলিত হৈ পৰে। জৈৱ বৈচিত্ৰ ৰক্ষাৰ সমগ্ৰ বিশ্বৰ প্ৰয়াসৰ লগতে আজি বটদ্ৰৱা থান পৰিচালনা সমিতিয়েও থান চৌহদ পলিথিন মুক্ত কৰা প্ৰয়াসেৰে কাপোৰৰ মোনা প্ৰচলন আৰম্ভ কৰে । উল্লেখ্য যে সমগ্র বিশ্বতে জীৱকুললৈ ধ্বংসযজ্ঞ কঢ়িয়াই অনা প্লাষ্টিক তথা পলিথিন বৰ্জন যি বিশ্ব জনীন প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ লগত হাতে হাত মিলাই পৃথিৱী খনক সেউজীয়া কৰি ৰখাৰ প্ৰয়াসেৰে বটদ্ৰৱাত পলিথিন মুক্ত কৰা থান পৰিচালনা সমিতিৰ এনে প্ৰয়াসক সকলোৱে সলাগ লৈছে ।__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.