ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ গা লৰিল নগাঁৱৰ গড়কাপ্টানী বিভাগৰ - নগাঁও

পথছোৱাত পুখুৰীসদৃশ গাঁত সৃষ্টি হোৱাত বটদ্ৰৱা থানলৈ যোৱা মূল পথটোৰ ফলত দুৰ্বোগ ভুগি আহিছে ৰাইজে ৷ ফলত বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজে পথছোৱা মেৰামতিৰ বাবে দাবী জনাই আহিছিল ৷

শেষত গা লৰিল গড়কাপ্তানী বিভাগৰ
author img

By

Published : May 12, 2019, 2:55 PM IST

নগাঁও,12 মেঃ বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ তথা ব্যস্ত পথ নগাঁও, বটদ্ৰৱা, ধিং সংযোগী গড়কাপ্তানী পথ । কিন্তু পথছোৱাৰ দুৰৱস্থাই বিগত সময়ছোৱাত পথাচাৰীক জ্বলাকলা খোৱাই থকাৰ বাতৰি ইটিভি ভাৰতে প্ৰথমে প্ৰচাৰ কৰাৰ পিচতে গা লৰিল নগাঁও জিলাৰ গড়কাপ্তানী বিভাগৰ ৷ পথছোৱাত পুখুৰীসদৃশ গাঁত সৃষ্টি হোৱাত বটদ্ৰৱা থানলৈ যোৱা মূল পথটোৰ ফলত দুৰ্বোগ ভুগি আহিছে ৰাইজে ৷ ফলত বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজে পথছোৱা মেৰামতিৰ বাবে দাবী জনাই আহিছিল ৷

শেষত গা লৰিল গড়কাপ্তানী বিভাগৰ

শেহতীয়াকৈ ইটিভি ভাৰতে প্ৰচাৰ কৰা বাতৰিৰ ফলত পথছোৱা মেৰামতি কৰিবলৈ আগবাঢ়ি আহে বিভাগটো ৷ এইক্ষেত্ৰত ইটিভি ভাৰতক ধন্যবাদ জনায় স্থানীয় ৰাইজে ৷

Intro:Etv Bharat ৰ বাতৰিৰ প্ৰভাৱ ।Body:Etv Bharat ৰ বাতৰিৰ পিছতেই গা লৰিল নগাঁও জিলা গড়কাপ্তানী বিভাগৰ । বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ তথা ব্যস্ত পথ নগাঁও, বটদ্ৰৱা, ধিং সংযোগী গড়কাপ্তানী পথ । পথছোৱাৰ দুৰৱস্থাই বিগত সময়চোৱাত পথাচাৰীক জ্বলাকলা খোৱাই থকাৰ বাতৰি আমি ইটিভি ভাৰতে প্ৰথমে প্ৰচাৰ কৰিছিলে আৰু ইয়াৰ পিছতেই গালৰিল বিয়াগোম নগাঁও জিল গঢ়কাপ্তানী বিভাগৰ । পথৰ উপৰত পুখুৰী সদৃশ গাঁত সৃষ্টি হোৱাত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানলৈও এই মূল পথটোৱে দুৰ্ভোগ ভূগি যাতায়াত কৰিবলগীয়া হৈছিল দৰ্শনাৰ্থীয়ে ।এই সন্দৰ্ভত চাওঁক আমাৰ এক বিশেষ প্ৰতিবেদন ।____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.