ETV Bharat / state

বটদ্ৰৱাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি - বটদ্ৰবা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আধাৰশিলাৰ চমকেৰে পাৰ কৰিব লোকসভা নিৰ্বাচনৰ দেওনা

বটদ্ৰবাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণী
author img

By

Published : Mar 7, 2019, 8:22 PM IST

নগাঁও, ৭ ফেব্ৰুৱাৰীঃ নিৰ্বাচনৰ আগে আগে পৰিবৰ্তনকামী চৰকাৰেও আৰম্ভ কৰিছে আধাৰশিলাৰ ৰাজনীতি। লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থাকোতে ৰাজ্যজুৰি এতিয়া উজান উঠিছে আধাৰশিলাৰ । এইবাৰ পিছে আধাৰশিলা নহয় নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণীৰ বাবে বৃহস্পতি বাৰে বটদ্ৰৱা সমষ্টিলৈ আহে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বটদ্ৰবা সমষ্টিৰ কঁপাহেৰা খেলপথাৰত কঁপাহেৰা ষ্টেডিয়াম আৰু ডুমডুমীয়া বালিসত্ৰ আবাসিক আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য্যৰ মঙ্গলিক শুভাৰম্ভ কৰে হিমন্ত বিশ্ব শৰ্মাই । লগতে উক্ত স্থানৰ পৰা প্ৰায় ২৫ কিলোমতাৰ নিলগৰ অন্য বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য্যৰো শুভাৰম্ভ কৰে মন্ত্ৰী গৰাকীয়ে । এই অনুষ্ঠানত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক ভোট দিবলৈ ৰাইজৰ আগত আহ্বান জনাই । উক্ত অনুষ্ঠানত বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাও উপস্থিত থাকে।

Intro:সন্মুখত লোকসভা নিৰ্বাচন। ৰাজ্যজুৰি এতিয়া ধুম উঠিছে আধাৰশিলাৰ। বটদ্ৰবাত এইবাৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ দলীয় সভালৈ পৰিণত হল চৰকাৰী অনুষ্ঠান। চৰকাৰী অনুষ্ঠানত আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক ভোট দিবলৈ আহ্বান জনালে বিধায়ক ৰমাকান্ত দেউৰীয়ে।

Body:যিকোনো কাম আৰম্ভ কৰাৰ পূৰ্বে স্থাপন কৰে আধাৰশিলা। আধাৰশিলাৰ চমক দি যেনপাৰ কৰিব বিচাৰিছে লোকসভা নিৰ্বাচনৰ বৈতৰণী। পিছে এইবাৰ আধাৰশিলা ও নহয় উদ্বোধনো নহয়। এইবাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বটদ্ৰবা সমষ্টিৰ কঁপাহেৰা খেলপথাৰত বৃহস্পতিবাৰে কঁপাহেৰা ষ্টেডিয়াম আৰু ডুমডুমীয়া বালিসত্ৰ আবাসিক আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য্যৰ মঙ্গলিক শুভাৰম্ভ কৰে হিমন্ত বিশ্ব শৰ্মাই। কঁপাহেৰা খেলপথাৰতে কঁপাহেৰা ষ্টেডিয়াম নিৰ্মাণৰ নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ লগতে একেটা স্থানতে শুভাৰম্ভ কৰিলে প্ৰায় ২৫ কিলোমতাৰ নিলগৰ বিদ্যালয়ৰো নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰে। শুভাৰম্ভ কৰিয়েই ৰাজহুৱা সভাত প্ৰতিটো সভাতেই গোৱাৰ দৰেই হিমন্তই গালে চৰকাৰৰ জয় গান।
bite.

vo. সম্পূৰ্ণ গেৰুৱা পেণ্ডেলৰ ভিতৰত অনুষ্ঠিত হোৱা চৰকাৰী অনুষ্ঠানত মৰিগাঁও সমষ্টিৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক ভোট দিবলৈ আহ্বান জনালে উপস্থিত ৰাইজক।
bite. mojo live u ত ৰমাৰ ভাষণ।

Conclusion:অন্য ৰাজনৈতিক দলসমূহে ধৰ্মীয় অনুষ্ঠানক লৈ ৰাজনীতি কৰা বুলি মন্তব্য কৰি বিধায়ক আঙুৰলতা ডেকাই বিজেপি চৰকাৰে কেৱল উন্নয়ন মূলক কাম কৰাৰ বাবেই ৰাইজে আঁকোৱালি লোৱা বুলিও উল্লেখ কৰে।
bite , আঙুৰলতা ডেকা।
---------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম।
7-3-19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.