ETV Bharat / state

নগাঁৱৰ জাজৰীত 4 গৰু চোৰ আটক

author img

By

Published : May 25, 2019, 7:42 AM IST

বিগত কিছুদিন ধৰি নগাঁৱৰ পশ্চিম অঞ্চলত গৰু চুৰি কাৰ্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা চাৰিটাকৈ গৰু চুৰক জাজৰীৰ হেমাবৰীত হাতে লুটে আটক কৰে আৰক্ষীয়ে ৷

নগাঁৱৰ জাজৰীত আটক 4 গৰু চোৰ

নগাঁও, 25 মেঃ অৱশেষত নগাঁও জাজৰী আৰক্ষীৰ জালত পৰিল চাৰিটাকৈ গৰু চোৰ ৷ বিগত কিছুদিন ধৰি নগাঁৱৰ পশ্চিম অঞ্চলত গৰু চুৰি কাৰ্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা চাৰিটাকৈ গৰু চুৰক জাজৰীৰ হেমাবৰীত হাতে লোটে আটক কৰে আৰক্ষীয়ে ৷

নগাঁৱৰ জাজৰীত আটক 4 গৰু চোৰ

হেমাবৰী গাৱঁৰ কৃষক এজনৰ ঘৰত গৰু চুৰি কৰিবলৈ যাওঁতেই আৰক্ষীয়ে হাতে লোটে আটক কৰে গৰু চোৰ চাৰিটাক। লগতে জব্দ কৰে গৰু চুৰি কাৰ্যত ব্যৱহাৰ কৰা AS-02AC-7533 নম্বৰৰ চাৰি চকীয়া মহিন্দ্ৰা মেক্সিম' বাহন ৷ আটকাধীন চুৰ কেইটা ক্ৰমে জুৱেল হক,আজাহাৰ উদ্দিন,ৰাহুল আলম আৰু ছেলিম জাভেদ ৷

Intro:নগাঁৱ জাজৰীত চাৰিটাকৈ কুখ্যাত গৰু চোৰ আটক ৷ চুৰিত ব্যবহৃত গাড়ীসহ আটক কৰে আৰক্ষীয়ে ৷Body:অৱশেষত জাজৰী আৰক্ষীৰ জালত পৰিল চাৰিটাকৈ গভাইত গৰু চোৰ ৷ বিগত কিছুদিন ধৰি নগাঁৱৰ পশ্চিম অঞ্চলত গৰু চুৰি কাৰ্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা চাৰিটাকৈ গৰু চুৰক জাজৰীৰ হেমাবৰীত হাতে লুটে আটক কৰে আৰক্ষীয়ে ৷ হেমাবৰী গাৱঁৰ কৃষক এজনৰ ঘৰত গৰু চুৰি কৰিবলৈ যাওঁতেই আৰক্ষীয়ে হাতে লুটে আটক কৰে গৰু চোৰ চাৰিটাক । লগতে জব্দ কৰে গৰু চুৰি কাৰ্যত ব্যৱহাৰ কৰা AS 02 AC 7533 নম্বৰৰ চাৰি চকীয়া মহিন্দ্ৰা মেক্সিমো বাহন ৷ ধৃত চুৰ কেইটা জুৱেল হক, আজাহাৰ উদ্দিন, ৰাহুল আলম আৰু ছেলিম জাভেদ ( বিকু) ৷ ৷বিগত কেবা মাহ ধৰি এটা বৃহৎ গৰু চুৰ চক্ৰই অঞ্চলটোত গৰু চুৰিৰে অঞ্চলটোৰ ৰাইজক নিদ্ৰাত হৰণ কৰি আহিছে ৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.