ETV Bharat / state

লক্ষ্ণৌত সম্প্ৰীতিৰ নিৰ্দশন দাঙি ধৰিলে অসমীয়া যুৱতীয়ে

author img

By

Published : Aug 24, 2019, 7:49 PM IST

শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে অসমৰ এগৰাকী ইছলাম ধৰ্মৰ ছাত্ৰীৰ নৃত্যই মোহিলে লক্ষ্ণৌবাসীক

লক্ষ্ণৌত সম্প্ৰীতিৰ নিৰ্দশন

নগাঁও,24 আগষ্টঃ বহিঃৰাজ্যত অসমৰ হিন্দু-মুছলমানৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে এগৰাকী অসমীয়া যুৱতীয়ে ৷ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নৃত্য প্ৰদৰ্শনৰ জৰিয়তে লক্ষ্ণৌবাসীক মোহিলে নগাঁৱৰ জীয়ৰী তাব্বাচুম লস্কৰে । লক্ষ্ণৌৰ ইৰা মেডিকেল কলেজৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী তাব্বাচুম লস্কৰে লক্ষ্ণৌত উদযাপিত জন্মাষ্টমীত নৃত্য প্ৰদৰ্শন কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । উল্লেখ্য যে,নগাঁৱৰ আৰক্ষী বিষয়া ম: হান্নান লস্কৰৰ কন্যা তাব্বাচুম লস্কৰে ইয়াৰ পূৰ্বে নগাঁৱতো নৃত্যকলাত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল ৷

Intro: অসমৰ হিন্দু-মুছলমানৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ নিদৰ্শন/ অসমৰ মুছলমান জীয়ৰীৰ নৃত্যই মোহিলে লক্ষ্ণৌ বাসীক/ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত লক্ষ্ণৌত উজ্বলিল মেডিকেলৰ ছাত্ৰী নগাঁৱৰ তাব্বাচুম।Body:অসমৰ হিন্দু-মুছলমানৰ মাজত থকা সাতামপুৰুষীয়া সম্প্ৰীতিৰ নিদৰ্শন ভাৰতবাসীৰ ওচৰত পুনৰ দেখুৱাই শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত নৃত্যৰে লক্ষ্ণৌবাসীক মুহিলে নগাঁৱৰ জীয়ৰী তাব্বাচুম লস্কৰে। লক্ষ্ণৌৰ ইৰা মেডিকেল কলেজৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী তাব্বাচুম লস্কৰে লক্ষ্ণৌত উদযাপিত জন্মাষ্টমীত নৃত্য প্ৰদৰ্শন কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। নগাঁৱৰ আৰক্ষী বিষয়া ম: হান্নান লস্কৰৰ কন্যা তাব্বাচুম লস্কৰে ইয়াৰ পূৰ্বে নগাঁৱতো নৃত্যকলাত পাৰদৰ্শিতা দেখুৱাইছিল।
Bite. Father
_________________________________
ৰকিবুল ওৱাহিদ, নগাওঁ
24- 8-19 Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.