ETV Bharat / state

ধিঙৰ টুকটুকীত মাৰণাস্ত্ৰসহ আটক কুখ্যাত ডকাইত - ধিঙত দুধৰ্ষ ডকাইত আটক

এটা.২২ পিষ্টল,ঌজাঁই সজীৱ গুলী মেগজিন ১টা আৰু এখন বাইকসহ আটক দুধৰ্ষ ডকাইত

arms recover at dhing
ধিঙৰ টুকটুকীত মাৰণাস্ত্ৰ সহ আটক কুখ্যাত ডকাইত
author img

By

Published : Feb 13, 2020, 4:31 PM IST

বটদ্ৰৱা,13 ফেব্ৰুৱাৰীঃ ধিঙৰ টুকটুকীত মাৰণাস্ত্ৰসহ আটক এটা কুখ্যাত ডকাইত। আটকাধীন দুধৰ্ষ ডকাইতটোৰ নাম বাবুল হুছেইন । লগতে উদ্ধাৰ আমেৰিকাত নিৰ্মিত এটা.২২ পিষ্টল,ঌ জাঁই সজীৱ গুলী মেগজিন ১টা আৰু এখন বাইক । ইতিমধ্যে বাবুল হুছেইনৰ ওপৰত জেৰা অব্যাহত ৰাখিছে ধিং আৰক্ষীয়ে।

ধিঙৰ টুকটুকীত মাৰণাস্ত্ৰ সহ আটক কুখ্যাত ডকাইত

লগতে পঢ়কঃচলমান খানক লগ কৰিবলৈ তিনিচুকীয়াৰ পৰা পেদেল মাৰি আহি আছে এজন অনুৰাগী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.