ETV Bharat / state

নগাঁৱৰ কন্দলীত হাতীৰ কৰুণ মৃত্যু - বিট অফিচৰ কাষৰ টপাকুচী

নগাঁৱৰ কন্দলীত এটা পূৰ্ণবয়স্ক হাতীৰ কৰুণ মৃত্যু ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰোতেই কোনো দুৰ্বৃত্তই হাতীটোক গুলিয়াই হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ ।

নগাঁৱৰ কন্দলীত হাতীৰ কৰুণ মৃত্যু
author img

By

Published : Oct 12, 2019, 4:07 AM IST

নগাওঁ, 11 অক্টোবৰঃ নগাঁৱৰ কন্দলীত এটা পূৰ্ণবয়স্ক হাতীৰ কৰুণ মৃত্যু ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰোতেই কোনো দুৰ্বৃত্তই হাতীটোক গুলিয়াই হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ । কন্দলী বিট অফিচৰ কাষৰ টপাকুচী নামৰ ঠাইত হাতীটোৰ মৃতদেহ উদ্ধাৰ হয় ৷ দুৰ্বৃত্ত‌ই হাতীটোৰ শুঁৰৰ কিছু অংশও কাটি নিয়া কাৰ্যক গৰিহণা প্ৰদান কৰে স্থানীয় ৰাইজে ৷ দুদিন ধৰি পৰি থকা হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰে বন বিভাগে ৷ উল্লেখ্য যে বিগত দিনত কন্দলী অঞ্চলত বন্য হস্তীয়ে হাৰাশাস্তি কৰাৰ পিছতো বন বিভাগৰ একো কাণষাৰ নাই বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

Intro:নগাৱৰ কন্দলীত পূৰ্ণবয়স্ক হাতীৰ কৰুণ মৃত্যু।

Anchor= নগাঁৱৰ কন্দলীত এক কৰুণ ঘটণা সংঘটিত হয়।এটা পূৰ্ণবয়স্ক হাতীৰ নিথৰ দেহ প্ৰত্যক্ষ কৰে স্থানীয়লোকে ।খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰোতেই কোনো দুবৃত্তই হাতীটোক গুলিয়াই হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ ।

Body: V/o= এক হৃদয় বিদাৰক ঘটনা । ঘটনাৰ প্ৰত্যক্ষ কৰে নগাঁৱৰ কন্দলীবাসীয়ে ।এটা বন্যহস্তীৰ নিথৰ দেহ পৰি আছে জনাঞ্চলত ।উল্লেখ্য যে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নামি অহাৰ পিছত চোৰাং চিকাৰীৰ হাতত হাতীটোৰ মৃত্যু ঘটা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।কন্দলী বিট অফিচৰ কাষৰ টপাকুচী নামৰ ঠাইত হাতীটোৰ মৃতদেহ উদ্ধাৰ হয় ।চোৰাং চিকাৰীয়ে গুলী কৰি হাতীটোক হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ ।দুদিন ধৰি হাতীটো পৰি আছিল ঘটণাস্থলীতে ।আনকি হাতীটোৰ শুঁৰ কিছু অংশ কাটি নিয়ে দুৰ্বৃত্ত‌ই। ইতিমধ্যে ঘটণাস্থলীত বন বিভাগৰলোক উপস্থিত হৈ হাতীটোৰ দাঁত সংগ্ৰহ কৰাৰ লগতে মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ।Conclusion: Byte=স্থানীয় লোক , বনবিষয়া কঠিয়াতলী ।
V/o=উল্লেখ্য যে কন্দলী অঞ্চলত দীৰ্ঘদিন ধৰি বন্যহস্তীয়ে বনাঞ্চলৰ পৰা ওলাই আহি তীব্ৰ হাৰাশাস্তী কৰি আহিছিল ।কিন্তু বনবিভাগে হাতসাৱতি বহি থকাৰ অভিযোগ কৰে স্থানীয় লোকে ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.