ETV Bharat / state

CAA আৰু EIA2020 ৰ বিৰোধিতাৰে কলিয়াবৰত AJYCP ৰ প্ৰতিবাদ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংগঠনটোৱে প্ৰতিবাদমূলক কাৰ্যসূচী গ্ৰহণ কৰে ৷ সমান্তৰালকৈ কলিয়াবৰ আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলেও CAA আৰু EIA2020 ৰ বিৰোধিতাৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে ৷

কলিয়াবৰত AJYCP ৰ প্ৰতিবাদ
কলিয়াবৰত AJYCP ৰ প্ৰতিবাদ
author img

By

Published : Aug 17, 2020, 1:47 PM IST

কলিয়াবৰ, 17 আগষ্ট: নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সোমবাৰে কলিয়াবৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰীয় চৰকাৰৰ এক হঠকাৰী সিদ্ধান্ত বুলি আখ্যা দি তেওঁলোকে কোনো কাৰণতে এই আইন নামানে বুলি সকিয়নী প্ৰদান কৰে ৷ নাগৰিকত্ব সংশোধনী আইনৰ সমান্তৰালকৈ সংগঠনটোৱে EIA2020 ৰো বিৰোধিতা কৰে ৷

CAA আৰু EIA2020 ৰ বিৰোধিতাৰে কলিয়াবৰত AJYCP ৰ প্ৰতিবাদ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংগঠনটোৱে প্ৰতিবাদমূলক কাৰ্যসূচী গ্ৰহণ কৰে ৷ সমান্তৰালকৈ কলিয়াবৰ আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলেও CAA আৰু EIA2020 ৰ বিৰোধিতাৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰায় ছমাহ কৰ'ণা মহামাৰীৰ বাবে তেওঁলোকে আন্দোলন স্তিমিত কৰি ৰাখিছিল যদিও, CAA আৰু EIA2020 বাতিল নকৰিলে আগন্তুক দিনত আন্দোলন ইয়াতকৈয়ো অধিক তীব্ৰতৰ কৰি তুলিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক: মৰাণ সমষ্টিৰ লেজাইত বিধস্ত পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.