ETV Bharat / state

ৰহা টোল গেট বন্ধৰ দাবীত AJYCP প্ৰতিবাদ

author img

By

Published : Mar 1, 2020, 4:54 PM IST

দেওবাৰে ৰহা টোল গেটত আৰম্ভ হ'ল কৰ সংগ্ৰহ প্ৰক্ৰিয়া ৷ কিন্তু টোলগেটখন বন্ধৰ দাবীত প্ৰতিবাদত নামে AJYCP ৷ প্ৰায় 20 জনৰো অধিক প্ৰতিবাদকাৰী আটক কৰে আৰক্ষীয়ে ৷

AJYCP
ৰহা টোল গেট বন্ধৰ দাবীত AJYCP প্ৰতিবাদ

নগাঁও, 1 মাৰ্চঃ নগাঁৱৰ ৰহাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ ৰহা টোল গেট বন্ধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ প্ৰতিবাদত 20 জনৰো অধিক প্ৰতিবাদকাৰী আটক কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, দেওবাৰৰ পৰা ৰহা টোল গেটত কৰ সংগ্ৰহ আৰম্ভ কৰা হৈছে ৷ কিন্তু প্ৰথম দিনাই সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে ৰহা চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সাব্যস্ত কৰে প্ৰতিবাদ । আনহাতে, ৰহা টোল গেট পুনৰ বন্ধ নোহোৱালৈ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

আৰু পঢ়কঃ অৱশেষত আৰম্ভ হ’ল ৰহা টোল গেটত কৰ সংগ্ৰহ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.