ETV Bharat / state

নগাঁৱত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন - নাগৰিকত্ব সংশোধনী আইন

নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰিলে অনাগত দিনত তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷

AJYCP Hunger Strike in Nagaon
নগাঁৱত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন
author img

By

Published : Dec 16, 2019, 6:16 PM IST

নগাঁও,16 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসমতে আন্দোলন তীব্রতৰ হৈ থকাৰ সময়ত নগাঁৱতো অব্যাহত আছে প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে সোমবাৰে নগাঁৱত 36 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰক শীঘ্ৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ সকিয়াই দিয়ে। অন্যথা অনাগত দিনত অসমৰ জনসাধাৰণক লৈ তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

নগাঁৱত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন

লগতে চাওকঃ দৰঙত ভাৰতীয় সেনাৰ হেলিকপ্তাৰ জৰুৰী অৱতৰণ

Intro:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন ।

Body:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসমতে আন্দোলন তীব্রতৰ হৈ থকাৰ সময়ত নগাঁৱতো অব্যাহত আছে প্ৰতিবাদ। নগাঁৱত সোমবাৰে অনশন ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিয়ে। পুৱা ৯ বজাৰ পৰা ৩৬ ঘণ্টীয়া অনশন অনশন কাৰ্যসূচী ৰূপায়ন কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ সকীয়াই দিয়ে চৰকাৰক।
bite
-------------------/-----------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৬-১২-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.