ETV Bharat / state

কলিয়াবৰত এজনৰ প্ৰাণ কাঢ়িলে ক'ভিডে

নগাঁৱৰ কলিয়াবৰত ক'ভিডত আক্ৰান্ত হৈ পুুনৰ অম্বৰীশ দাস নামৰ এজন লোকৰ মৃত্যু ৷ লোকজনৰ বয়স ৫৪ বছৰ ৷

কলিয়াবৰত পুনৰ এজনৰ প্ৰাণ কাঢ়িলে ক'ভিডে

author img

By

Published : May 18, 2021, 7:02 AM IST

কলিয়াবৰ,18 মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ কলিয়াবৰতো ভয়ংকৰভাৱে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা ৷ ক'ভিডত আক্ৰান্ত হৈ কলিয়াবৰত পুনৰ এজন লোকৰ মৃত্যু ঘটে ৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল লোকজন ৷

কলিয়াবৰত পুনৰ এজনৰ প্ৰাণ কাঢ়িলে ক'ভিডে
কলিয়াবৰত পুনৰ এজনৰ প্ৰাণ কাঢ়িলে ক'ভিডে

লোকজন ৫৪ বছৰীয়া অম্বৰীশ দাস বুলি জানিব পৰা গৈছে ৷ অম্বৰীশ দাস অসম গণ পৰিষদৰ বামুণীৰ পথাৰ আঞ্চলিকৰ সভাপতি আছিল । উল্লেখ্য যে, এই ব্যক্তিজনৰ মৃত্যু হোৱাৰ লগে লগে কলিয়াবৰত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২ জনলৈ বৃদ্ধি পায় ৷

লগতে পঢ়ক: শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.