ETV Bharat / state

উৎকট গৰম , চাৰিওফালে আৱৰ্জনা তাৰ মাজতে এন আৰ চিৰ শুনানি

বিকল বাতানুকূল যন্ত্ৰৰ উপৰিও বিশালাকাৰৰ কোঠালিটো ভৰি পৰিছে আৱৰ্জনাৰে । কি চিৰি,কি দেৱাল সকলোতে তামোল,পান,গুটখাৰ পিক।

author img

By

Published : Apr 25, 2019, 7:06 PM IST

উৎকট গৰম , চাৰিওফালে আৱৰ্জনা তাৰ মাজতে এন আৰ চিৰ শুনানি

মৰিগাঁও , 25 এপ্ৰিল : স্বচ্ছ ভাৰত অভিযানৰ সফল ৰূপায়নৰ বাবে এতিয়াও বহু দূৰ বাকী ৷ চৰকাৰী কাৰ্যালয়সমূহেই দাঙি ধৰিছে ইয়াৰ প্ৰমাণ ৷ চৰকাৰৰ স্বচ্ছ ভাৰত শ্লোগানক বুঢ়া আঁগুলি দেখুৱাই চৰকাৰী কাৰ্যালয়তে অস্বাস্থ্যকৰ পৰিবেশতে অব্যাহত আছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ শুনানি । মৰিগাঁৱত উৎকট গৰম ,থু খেকাৰ ,তামোলৰ পিক,লেতেৰা,আৰ্বজনাৰ মাজতে হাজাৰ-হাজাৰ লোকৰ শুনানি গ্ৰহণ ৷

মৰিগাঁও জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয় এটা বাতানুকূল কোঠালিত গ্ৰহণ কৰা হৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ শুনানি । কিন্তু এই বাতানুকূল কোঠালিতে কোঠালিটোতে বৃহস্পতিবাৰে এন আৰ চিৰ শুনানিৰ বাবে অহা জনসাধাৰণে বিচনী ,ৰুমাল ঘূৰাই তৎ নোপোৱা অৱস্থা । বিকল বাতানুকূল যন্ত্ৰৰ উপৰিও বিশালাকাৰৰ কোঠালিটো ভৰি পৰিছে আৱৰ্জনাৰে । কি চিৰি,কি দেৱালৰ চোক সকলোতে তামোল,পান,গুটখাৰ পিক।
স্বচ্চভাৰতৰ শ্লগান আঁওৰাই থকাৰ সময়তে মৰিগাঁও জিলা গ্ৰামোন্নয়ন বিভাগৰ এইটো শুনানি কেন্দ্ৰই দাঙি ধৰিছে প্ৰকৃত স্বৰূপ।

Intro:মৰিগাঁৱত এন আৰ চিৰ শুনানিৰ নামত কি চলিছে ? উৎকট গৰম ,থু খেকাৰ ,তামোলৰ পিক,লেতেৰা,আৰ্বজনাৰ মাজতে হাজাৰ বিজাৰ লোকৰ শুনানি গ্ৰহণ মৰিগাঁৱত।এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন।

Body: এটা ৰুদ্ধদ্বাৰ ঘৰ। ঘৰ মানে মৰিগাঁও জিলা গ্ৰামোন্নয়ন অভিকৰণৰ এটা বাৰ্তানুকূল কোঠালি। চাওক আছে বাতানুকূল যন্ত্ৰ।থাকিলে কি হব বিকল সকলো।ফলত বৃহস্পতি বাৰৰ ৩১ ডিগ্ৰী চেলচিয়াছৰ মাজতে ঘামি জামি,কপালৰ ঘামমচি এনেদৰে সম্পাদন কৰিব লগা হৈছে শুনানি।আনহাতে শুনানিৰ বাবে অহা ৰাইজলৈ মনকৰক। বিচনী ,ৰুমাল ঘূৰাই তৎ নোপোৱা অৱস্হা। তাতে আছে কোলাত পানী কেচুৱা। মুঠৰ ওপৰত এক অৰ্বণীয় পৰিবেশ । বিশালাকাৰৰ কোঠালিটো ভৰি পৰিছে আবৰ্বজনা। কি চিৰি,কি দেৱালৰ চোক সকলোতে তামোল,পান,গুটখাৰ পিক। বেচিনটো আনকি দমাই থোৱা হৈছৈ আৰ্বজনা। ইয়াতে অব্যাহত আছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ শুনানি।byte:officer.1
সেয়ে শুভ উজাৰিলে এন আৰ চি কৰ্মচাৰী তথা বিষয়া বৰ্গই। byte: nrcworker 1+1=2
মুঠৰ ওপৰত স্বচ্চভাৰতৰ শ্লগান আওৰাই থকাৰ সময়তে মৰিগাঁও জিলা গ্ৰামোন্নয়ন বিভাগৰ এইটো শুনানি কেন্দ্ৰই দাঙি ধৰিছে প্ৰকৃত স্বৰূপ।

Conclusion:ratul deka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.