ETV Bharat / state

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী ৰণডংকা বজালে বিধায়ক ৰমাকান্ত দেউৰীয়ে

author img

By

Published : Nov 12, 2020, 10:36 PM IST

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন বাবে নিৰ্বাচনী আয়োগে অধিসূচনা জাৰি কৰাৰ পূৰ্বেই মৰিগাঁৱত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে দমাল সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা বিধায়ক ৰমাকান্ত দেউৰীৰ ৷ বৃহস্পতি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি সকলোকে ভোজ-ভাত খুৱায় বিধায়ক গৰাকীয়ে ৷

tiwa council campaign in morigaon
তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী ৰণডংকা বজালে বিধায়ক ৰমাকান্ত দেউৰীয়ে

মৰিগাঁও,12 নৱেম্বৰ : এইবাৰ বিধানসভা নিৰ্বাচন নহয়,মৰিগাঁৱত শাসকীয় বিধায়ক ৰমাকান্ত দেউৰীৰ গাত লাগিছে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ ৰাগী । দলে-বলে তিৱা স্বায়ত্ব পৰিষদৰ সন্মানীয় সমষ্টিত বজালে নিৰ্বাচনী ৰণডংকা ।

ৰাজ্যৰ অন্য দলসমূহে বিধান সভা নিৰ্বাচনৰ বাবে তৎপৰতা অব্যাহত ৰখোৱাৰ বিপৰীতে মৰিগাঁৱৰ শাসকীয় বিধায়ক ৰমাকান্ত দেউৰী নামি পৰিছে তিৱা স্বায়ত্ব পৰিষদ দখলৰ ৰাজনীতিত । ইয়াৰ ফলস্বৰূপে তেওঁ বৃহস্পতিবাৰে তিৱা স্বায়ত্ব পৰিষদৰ 8 নং দমাল সন্মানীয় সমষ্টিত এক ৰাজহুৱা সভাগৃহত অনুষ্ঠিত কৰে প্ৰাক তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ ।

উক্ত নিৰ্বাচনী প্ৰচাৰ সভাতে বিধায়ক গৰাকীয়ে আগন্তুক তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে দমাল সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ লগতে সকলোকে ভোজ-ভাত খুৱায় ৷

মুঠৰ ওপৰত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন বাবে নিৰ্বাচনী আয়োগে কোনো অধিসূচনা জাৰি কৰাৰ পূৰ্বেই সমষ্টিটোত এক প্ৰকাৰৰ আৰম্ভ হ’ল ভোজ-ভাতৰ প্ৰতিযোগিতা ।

লগতে পঢ়ক : হোজাইত প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত বন্তি প্ৰজ্বলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.