ETV Bharat / state

লাহৰীঘাটত অসম মিঞা পৰিষদৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Jun 18, 2019, 3:07 AM IST

Updated : Jun 18, 2019, 5:28 AM IST

লাহৰীঘাট সমষ্টিৰ গঢ়াখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত তিনিঘন্টীয়া ধৰ্মঘট পালন অসম মিঞা পৰিষদৰ ৷

লাহৰীঘাটক অসম মিঞা পৰিষদৰ অৱস্থান ধৰ্মঘট

মৰিগাঁও,18 জুনঃ মৰিগাঁৱৰ লাহৰীঘাটত অসম মিঞা পৰিষদৰ অৱস্থান ধৰ্মঘট ৷ লাহৰীঘাট সমষ্টিৰ গঢ়াখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত সোমবাৰে নদীৰ কাষত তিনিঘন্টীয়া ধৰ্মঘট পালন কৰে অসম মিঞা পৰিষদে ৷ ধৰ্মঘটত অংশ লয় শতাধিক মিঞাকৰ্মীয়ে ৷ স্থানীয় ৰাইজেও সহযোগিতা আগবঢ়াই এই ধৰ্মঘটত ৷ অতিশীঘ্ৰে লাহৰীঘাটবাসীৰ এই সমস্যাৰ সমাধানৰ দাবীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে পৰিষদৰ সদস্য সকলে ৷

Intro:লাহৰীঘাট সম্ষটিৰ গঢ়াখহনীয়া স্হায়ী প্ৰতিৰোধৰ দাবীত অসম মিঞা অসমীয়া পৰিষদৰ তিনি ঘন্টা অৱস্হান ধৰ্মঘট পালনBody:দীৰ্ঘ দিন ধৰি ব্ৰম্ভপুএ নদীয়ে খহাই হেজাৰ হেজাৰ মানুহক ভেটি মাটি উছন কৰাৰ পাছতেও চৰকাৰে স্হায়ী প্ৰতিৰোধ কোনো ব্যৱস্হা গ্ৰহন নকৰাৰ প্ৰতি বাদত আজি অসম মিঞা অসমীয়া পৰিষদে নদীৰ কিনাৰত তিনি ঘন্টা অৱস্হান ধৰ্ম ঘট পালনকৰে।কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰেঅতি সোনকালে স্হায়ী সমাধানকৰিবলৈদাবী জনাই প্ৰধান মন্ত্ৰীলৈ স্মাৰক পএ প্ৰেৰনকৰে শতাধিক মিঞা কৰ্মীয়ে পালন কৰাএই কাৰ্যত স্হানীয় ৰাইজেও সহযোগ কৰেConclusion:
Last Updated : Jun 18, 2019, 5:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.