ETV Bharat / state

ধুমুহাত ভাঙিল ৰে’লৱে ক্ৰছিং মেছিন - আঁহতগুৰি ৰেলৱে ক্ৰছিং

মঙলবাৰে দিনৰ ভাগত অহা বিধ্বংসী ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন হয় আঁহতগুৰিৰ ৰেলৱে ক্ৰছিং

ধুমুহাত ভাঙিল ৰেলৱে ক্ৰছিং মেছিন
author img

By

Published : Mar 27, 2019, 12:47 AM IST

আঁহতগুৰি, 26 মাৰ্চঃ মঙলবাৰে দিনৰ ভাগত উজনি-নামনি কঁপাই যায় এজাক বিধ্বংসী ধুমুহাই৷ আগতীয়া বৰদৈচিলা জাকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন কৰে ৷

ধুমুহাত ভাঙিল ৰেলৱে ক্ৰছিং মেছিন

ধুমুহাৰ ফলত চৰকাৰী বেচৰকাৰী সকলো সম্পত্তিৰে বিস্তৰ ক্ষতিসাধন হয় ৷ এন এফ ৰে’লৱেৰ অধীনস্থ চাপৰমুখ ৰে’লৱে জংচনৰ অধীনস্থ আঁহতগুৰি ৰে’লৱে জংছনৰ ক্ৰছিং বাৰ ভাঙি পৰাৰ ফলত সাধাৰণ জনতাই বহু কষ্টৰ সন্মুখীন হয় ৷ হাতেৰে ক্ৰছিং বাৰদাঙি পাৰ কৰাবলগীয়া হয় গাড়ী-মটৰ ৷

Intro:পুৰুষ মহিলাই লগলাগি দাঙিব লগীয়া হয় এডাল ৰেলৱে ক্ৰছিং। ৰেলৱে ক্ৰছিঙৰ নঙলাই জলাকলা খুৱাইছে।চাৰিৰে পাচে দাঙি পাৰ কৰিবলা হয় যানবাহন।পিছে ৰাজ্যৰ কত আছে এই ৰেলৱে লেভেল ক্ৰছিং।

Body:এডাল ৰেলৱে ক্ৰছিং।এইডাল ৰেলৱে ক্ৰছিঙৰ দুৰৱস্হা দেখিলে ভাৰতীয় এন এফ ৰেলৱে লৈ আপোনাৰো ওপজিব পুতৌ।চাওক সদাব্যসত মৰিগাঁও জিলাৰ আত গুৰিত থকা এইডাল ভালোকৰ সাঙিত পৰা ণত হোৱা ৰেলৱে ক্ৰছিঙলৈ।চাৰিৰে পাচে, পুৰুষ মহিলা ই দাঙি ধৰিলেহে ৰেলৱে ক্ৰছিং পাৰ হব পাৰে চাইকেল, বাইক অথবা চাৰিচকীয়া বাহন।ফলত জীয়াতু ভোগীবলগীয়া হৈছে মৰিগাঁও আহতগুৰিত বাসী ৰাইজ।শুনক এইজন বাইক আৰোহীৰ মুখেৰে।byte:numbers public.
হয়,ঠিকেই দেখিছে আপুনি। এন এফ ৰেলৱে চাপৰমুখ জংচনৰ আহতগুৰিৰ এইডাল ৰেলৱে ক্ৰছিং বহু পুৰণি হোৱাৰ বাবেই মঙলবাৰে সামান্য এজাক বতাহতে এনেদৰে বিকল হৈ পৰে ৰেলৱে ক্ৰছিঙৰ এইডাল ক্ৰছিং। ফলত কৰ্মৰত বিভাগীয় কৰ্মীজনে এনেদৰে পাৰকৰিব লগীয়াহৈছে যান বাহন।byte:railway worker.

Conclusion:ratul deka, etvbharat.mirigaon.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.