ETV Bharat / state

সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্ৰ সংহতি দিৱস বৰ্জন শ্বহীদ গজেন ইংতিৰ পৰিয়ালৰ

author img

By

Published : Jun 10, 2019, 12:53 PM IST

মৰিগাঁৱৰ ভূৰবন্ধাৰ বৰবিলা গাঁৱৰ শ্বহীদ গজেন ইংতিৰ আত্মবলিদানৰ বিপৰীতে চৰকাৰে পৰিয়ালটোক প্ৰৱঞ্চনাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে

সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্ৰ সংহতি দিবস বৰ্জন শ্বহীদ গজেন ইংতিৰ পৰিয়ালৰ

মৰিগাঁও,10 জুনঃ ১৯৭৪ৰ শ্বহীদ গজেন ইংতি,পুতুল শইকীয়াৰ স্মৃতি ৰক্ষাৰ বাবে আছুৱে 10 জুনৰ দিনটোত ৰাজ্যজুৰি পালন কৰি আহিছে ছাত্ৰ সংহতি দিৱস। এইবাৰ শ্বহীদ গজেন ইংতিৰ পৰিয়ালৰ ছাত্ৰ সংহতি দিৱস বৰ্জনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মৰিগাঁৱৰ ভূৰবন্ধাৰ বৰবিলা গাঁৱৰ শ্বহীদ গজেন ইংতিৰ আত্মবলিদানৰ বিপৰীতে চৰকাৰে পৰিয়ালটোক প্ৰৱঞ্চনাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷

সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্ৰ সংহতি দিবস বৰ্জন শ্বহীদ গজেন ইংতিৰ পৰিয়ালৰ

তাৰোপৰি একালত ছাত্ৰ সমাজৰ নেতৃত্ব লৈ মুখ্যমন্ত্ৰী হোৱা সোণোৱাল চৰকাৰে শ্বহীদ পৰিয়ালটোক উপেক্ষা কৰাৰ বাবেই এইবাৰ ছাত্ৰ সংহতি দিৱস বৰ্জনৰ সিদ্ধান্ত পৰিয়ালৰ লোকৰ ৷ ছাত্ৰ সন্থাৰ নেতৃত্ব লৈ চৰকাৰ গঠন কৰা মন্ত্ৰী বিধায়ক সকলৰ প্ৰতাৰণাৰ বিৰোধিতাৰে আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত 1974 চনৰ অৰ্থনৈতিক তথা খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতিৰ পৰিয়ালৰ ৷ আগন্তুক সময়ত খাদ্য আন্দোলনৰ এই উপেক্ষিত শ্বহীদ পৰিয়ালটোক চৰকাৰে কেনেদৰে সন্মান জনাই সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ শান্তি নিবাসে আশ্ৰয় দিলে অসহায় বৃদ্ধা শকুন্তলাক

slug-as-mrg-10thjune- 10TH JUNE avoid-808-vis-byte-as10005

Anchorintro:
আজি ১০জুন।সদৌ অসম ছাত্ৰ সন্হাৰ ছাত্ৰ সংহতি দিবস বৰ্জন কৰিব শ্বহীদ গজেন ইন্তিৰ পৰিয়ালে।কিন্তু কিয় এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক প্ৰতিবেদন।

VO:১৯৭৪ ৰ শ্বহীদ গজেন ইন্তি,পুতুল শইকীয়াৰ  স্মৃতি ৰক্ষাৰ বাবে আছুৱে ৰাজ্যজুৰি পালন কৰি আহিছে এই দিবস।
এইবাৰ শ্বহীদ গজেন ইন্তি পৰিয়ালৰ ছাত্ৰ সংহতি বৰ্জনৰ সিদ্ধান্ত । কাৰণ বিগত  ৪৫টা বছৰে শ্বহীদ গজেন ইন্তিৰ পৰিয়ালটোক  দহজুনত এখন গামোচা, শৰাইৰে আদৰণি জনাই প্ৰতাৰণা কৰিলে । মৰিগাঁৱৰ ভূৰবন্ধাৰ বৰবিলা গাঁৱৰ এই শ্বহীদ পৰিয়ালটোক শ্বহীদৰ আত্মবলিদানৰ বিপৰীতে  কেৱল প্ৰবঞ্চনা কৰিলে সকলো চৰকাৰে।আনকি 
একালত ছাত্ৰ সমাজৰ নেতৃত্ব লৈ আজি মুখ্যমন্ত্ৰী হোৱা সোণোৱাল চৰকাৰে  শ্বহীদ পৰিয়ালটোক উপ্ৰেক্ষা কৰাৰ বাবেই এই সিদ্ধান্ত । 
 ছাত্ৰ সন্হাৰ নেতৃত্ব লৈ চৰকাৰৰ গঠন কৰা মন্ত্ৰী বিধায়কৰ সকলৰ প্ৰতাৰণাৰ প্ৰতিবাদত আমৰণ অনশন দৰে প্ৰতিবাদী কাৰ্যসূচী লব খাদ্যান্দোলনৰ শ্বহীদ গজেন ইন্তিৰ পৰিয়াললে।byte:1-chandan Engti
Byte: 2-brother.

         এতিয়া প্ৰশ্ন হৈছে জাতীয় নায়ক সোণোৱাল চৰকাৰখনে খাদ্য আন্দোলনৰ এই উপ্ৰেক্ষিত শ্বহীদ পৰিয়ালটোক কেনেদৰে সন্মান জনাই সেয়া এক লাখটকীয়া প্ৰশ্ন ।

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.