মৰিগাঁও,3 জুনঃ মৰিগাঁও গৰৈমাৰীত দেওবাৰে সাংবাদিক পৰিষদ অসমৰ উদ্যোগত আৰু মৰিগাঁও জিলা সাংবাদিক পৰিষদৰ সহযোগত সমূহীয়া ইফটাৰৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংবাদিক পৰিষদ অসমৰ মৰিগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি পুলিন কুমাৰ কাকতি, উপ সভাপতি ছাদ্দাম হুছেইন,সাধাৰণ সম্পাদক বায়েজীদ বোস্তামী , কাৰ্যালয় সম্পাদক শ্বামিমুল ইছলাম,আলোচনী সম্পাদক চন্দন হীৰা আৰু আইন উপদেষ্টা দীপাংকৰ হাজৰিকাৰ লগতে সংগঠনটোৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া সকল । ইয়াৰোপৰি ইফটাৰ অনুষ্ঠানটোত উপস্থিত থাকে মৰিগাঁও জিলাৰ বিশিষ্ট সমাজ সেৱক যাদৱ কোঁৱৰ, সম্ৰাট মছলাৰ সঞ্চালক নুৰুল হুদা,চেম্বাৰ অফ কৰ্মাচৰ ভূৰবন্ধাৰ সভাপতি তথা সমাজসেৱক প্ৰসেন হাজৰিকাসহ সেই অঞ্চলৰ বিশিষ্ট ব্যক্তি সকল । উল্লেখ্য যে, ইফটাৰৰ পূৰ্বে বিশ্বশান্তি আৰু ভাতৃত্ববোধৰ বাবে আল্লাহৰ ওচৰত সাৰ্বজনীন দোৱা -প্ৰাৰ্থনা কৰা হয় ।
মৰিগাঁৱত সাংবাদিক পৰিষদৰ ইফটাৰ পাৰ্টী - IFATR PARTY
বিশ্বশান্তি আৰু ভাতৃত্ববোধৰ বাবে আল্লাহৰ ওচৰত সাৰ্বজনীন দোৱা -প্ৰাৰ্থনা