ETV Bharat / state

মৰিগাঁৱৰ নভেটিত পথ দুৰ্ঘটনা - Tata DI বাহনে খুন্দিয়ালে বাইক আৰোহীক

জাগীৰোডৰ পৰা মৰিগাঁও অভিমুখে আহি থকা AS-25-EC-4195 নম্বৰৰ শিল ভৰ্তি Tata DI বাহনৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় দিব্যজ্যোতি নাথৰ এজন বাইক আৰোহী ৷

মৰিগাঁৱৰ নভেটিত পথ দুৰ্ঘটনা
মৰিগাঁৱৰ নভেটিত পথ দুৰ্ঘটনা
author img

By

Published : Mar 3, 2021, 10:25 PM IST

মৰিগাঁও,3 মাৰ্চ: মৰিগাঁৱৰ নভেটিত পথ দুৰ্ঘটনা। জাগীৰোডৰ পৰা মৰিগাঁও অভিমুখে আহি থকা AS-25-EC-4195 নম্বৰৰ শিল ভৰ্তি Tata DI বাহনে খুন্দিয়ালে বাইক আৰোহীক ৷ একেটা দিশৰ পৰা আহি থকা Hero splender মটৰ চাইকেলখনত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত বাইক আৰোহীজন গুৰুতৰ ভাৱে আহত হয় ।

মৰিগাঁৱৰ নভেটিত পথ দুৰ্ঘটনা
মৰিগাঁৱৰ নভেটিত পথ দুৰ্ঘটনা

আহত বাইক আৰোহী জন হাটীবাত শিমলুগুৰি গাঁৱৰ দিব্যজ্যোতি নাথ বুলি জানিব পৰা গৈছে । ইফালে ঘটনা সংঘটিত কৰিয়ে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ চালকে ৷

লগতে পঢ়ক: অসমত ধঁপাত বিক্ৰীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰকঃ ডাঃ অমল কটকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.