ETV Bharat / state

মুখ্যমন্ত্ৰীক বিশ্বাস নকৰে নগাঁও কাগজ কলৰ কৰ্মচাৰীয়ে - মূখ্যমন্ত্ৰী

চৰকাৰে 270 দিনৰ ভিতৰত প্ৰস্তাৱ দিয়া কথা আছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হয় ৷ ইপিনে বাজেটত ঘোষিত 90 কোটি টকা চৰকাৰে বেলেগত খৰচ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

মূখ্যমন্ত্ৰীৰ কথাক বিশ্বাসত লোৱা নাই কাগজ কলৰ কৰ্মচাৰীয়ে !
author img

By

Published : May 7, 2019, 3:31 PM IST

জাগীৰোড , 07 মে' : মুখ্যমন্ত্ৰীক অবিশ্বাস কৰে কাগজ কলৰ কৰ্মচাৰীয়ে ! নগাঁও কাগজ কলত তলা ওলমাটো চূড়ান্ত হোৱাৰ পাচত দিল্লীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ কলটো পুনৰুজ্জীৱিত কৰাৰ কথা সাংবাদিকৰ আগত অৱগত কৰিছিল ৷ কিন্তু কাগজ কলৰ কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰীৰ এই কথাক বিশ্বাসত লোৱা নাই বুলি মত ব্যক্ত কৰে কৰ্মচাৰী তথা ইউনিয়নৰ বিষয়ববীয়াসকলে ৷

মূখ্যমন্ত্ৰীৰ কথাক বিশ্বাসত লোৱা নাই কাগজ কলৰ কৰ্মচাৰীয়ে !

উল্লেখ্য যে কাগজ কলক লৈ নেচনেল কোম্পানী ট্ৰিবিউনেলৰ ৰায়ৰ পাচত এই সন্দৰ্ভত চৰকাৰে 270 দিনৰ ভিতৰত প্ৰস্তাৱ দিয়া কথা আছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হয় ৷ ইপিনে বাজেটত ঘোষিত 90 কোটি টকা চৰকাৰে বেলেগত খৰচ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে বিগত 27 মাহে কাগজ কলৰ কৰ্মচাৰীসকলে দৰমহা লাভ নকৰাত হতাশ হৈ পৰিছে কৰ্মাচাৰীসকল ৷ চৰকাৰৰ দৰমহা প্ৰদানৰ অনিশ্চয়তাত 3 জন কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চূড়ান্ত পথ গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল ৷

Intro:কাগজ কলৰ কৰ্মচাৰীয়ে মূখ্যমন্ত্ৰীৰ কথাক লোৱা নাই বিশ্বাসত। Body:নগাঁও কাগজ কলত তলা ওলমাটো চূড়ান্ত হোৱাৰ পাচত দিল্লীত মূখ্য মন্ত্ৰীয়ে পুনৰ কলটো পুনৰউজ্জিবিত কৰাৰ কথা সাংবাদিকৰ অাগত অৱগত কৰিছিল।
কিন্তু কাগজ কলৰ কৰ্মচাৰী সকলে মূখ্যমন্ত্ৰীৰ এই কথাক লোৱা নাই বিশ্বাসত। এই সম্পৰ্কে নিজৰ নিজৰ মত ব্যক্তকৰিছে কৰ্মচাৰী তথা কৰ্মীইউনিয়নৰ বিষয় ববিয়াই। উল্লেখ যোগ্য যে কাগজ কলক লৈ নেচনেল কোম্পানী ল ট্ৰিবিউনেলে দিছিল ভয়ংকৰ ৰায়। চৰকাৰে ২৭০ দিনৰ ভিতৰত নিদিলে কোনো প্ৰস্তাৱ। বাজেটত ঘোষিত ৯০ কোটি টকাও বেলেগত খৰচ কৰিলে চৰকাৰে। ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ প্ৰহসনৰ বলি জাগীৰোড কাগজ কল। ২৭ মাহৰ পৰা দৰমহা পোৱা নাই কাগজ কলৰ কৰ্মচাৰীয়ে। কৰ্মচাৰীক দৰমহা প্ৰদানতো অনিশ্চয়তাত। দৰমহা নাপাই অৱশেষত আত্মহত্যা কৰিবলৈ বাধ্য হয় কাগজ কলৰ ৩ জন কৰ্মচাৰীয়ে।
Reported by Champak Deka. Jagiroad.Conclusion:কাগজ কলক লৈ নেচনেল কোম্পানী ল ট্ৰিবিউনেলে দিছিল ভয়ংকৰ ৰায়
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.