ETV Bharat / state

মৰিগাঁৱত ৰত্নাকৰৰ মাৰাথন প্ৰচাৰ - মাৰাথন প্ৰচাৰ

প্ৰচাৰ অভিযানত মৰিগাঁৱত টীম ৰত্নাকৰক জাগীৰোডৰ পৰা যুৱ ছাত্ৰ সকলে সমদল কৰি আদৰি আনি সম্বৰ্দ্ধনা জনোৱাৰ বাবে অভিভূত হৈ পৰে ছবিখনৰ কলা-কুশলীসকল । প্ৰচাৰ অভিযানত যুৱ প্ৰজন্মৰ আনন্দ উল্লাস দেখি অসমীয়া বোলছবি চোৱাৰ প্ৰৱণতা গঢ়ি উঠা বুলি মন্তব্য কৰে টীম ৰত্নাকৰে

মৰিগাঁৱত ৰত্নাকৰৰ মাৰাথন প্ৰচাৰ
author img

By

Published : Oct 3, 2019, 11:49 PM IST

মৰিগাঁও, 3 অক্টোবৰঃ মৰিগাঁৱত টীম ৰত্নাকৰৰ মাৰাথন প্ৰচাৰ । একেদিনাই মৰিগাঁৱৰ বঘৰা,ঔজাৰি, পচতীয়া, চৰাইবাহী আৰু ঘনকান্ত বৰুৱা মহাবিদ্যালয়কে ধৰি ছয় ঠাইত ৰত্নাকৰৰ প্ৰচাৰ চলালে ছবিখনৰ কলা-কুশলীয়ে । বৃহস্পতিবাৰে দলটোৱে মৰিগাঁৱৰ বিভিন্ন অঞ্চলত গীত আৰু ছবিখনৰ সংলাপ আওৰাই 11 অক্টোবৰত মুক্তি পাবলগীয়া ছবি খন চাবলৈ আহ্বান জনাই অনুৰাগীসকলক ।

মৰিগাঁৱত ৰত্নাকৰৰ মাৰাথন প্ৰচাৰ

আনহাতে, প্ৰচাৰ অভিযানত মৰিগাঁৱত টীম ৰত্নাকৰক জাগীৰোডৰ পৰা যুৱ ছাত্ৰ সকলে সমদল কৰি আদৰি আনি সম্বৰ্দ্ধনা জনোৱাৰ বাবে অভিভূত হৈ পৰে ছবিখনৰ কলা-কুশলীসকল । প্ৰচাৰ অভিযানত যুৱ প্ৰজন্মৰ আনন্দ উল্লাস দেখি অসমীয়া বোলছবি চোৱাৰ প্ৰৱণতা গঢ়ি উঠা বুলি মন্তব্য কৰে টীম ৰত্নাকৰে । উল্লেখ্য যে, মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয় এই প্ৰচাৰৰ কাৰ্যসূচীত কলেজ কতৃপক্ষক,বাঁহ শিল্পী আৰু সঞ্জীৱন ক'লা নিকেতনৰ শুভেচ্ছা পত্ৰ গ্ৰহণ কৰে ৰত্নাকৰৰ নায়ক যতীন বৰাই ।

Intro:মৰিগাঁৱত টীম ৰত্নাকৰৰ মাৰাথন প্ৰচাৰ ।একেদিনাই মৰিগাঁৱৰ বঘৰা,ঔজাৰি, পচতীয়া, চৰাইবাহী আৰু ঘনকান্ত বৰুৱা মহাবিদ্যালয়কে ধৰি ছয় ঠাইত চলাই ৰত্নাকৰৰ প্ৰচাৰ তুংগত তুলিছে যতীন-বৰষা যুটিয়ে।Body:মৰিগাঁৱত টীম ৰত্নাকৰ মাৰাথন প্ৰচাৰ। বৃহস্পতিবাৰে মৰিগাঁও বঘৰা,ঔজাৰি ,ঘনকান্ত বৰুৱা মহাবিদ্যালয়, পছতীয়া আৰু চৰাইবাহীত ৰত্নাকৰৰ প্ৰচাৰ অভিযান যতীন বৰা,বৰষা ৰাণী বিষয়া, মহাদেৱ কেডাকে ধৰি ৰত্নাকৰৰ সহযোগী দলটোৱে মৰিগাঁৱৰ বিভিন্ন অঞ্চলত গীত আৰু সংলাপৰে ১১অক্টোবৰত মুক্তি পাবলগীয়া ছবি খন চাবলৈ আহবান জনাই । বিশেষকৈ মৰিগাঁৱৰ বিভিন্ন অঞ্চলৰ লগতে টীম ৰত্নাকৰক জাগীৰোডৰ পৰা যুৱ ছাত্ৰ সকলে সমদল কৰি আদৰি আনি সম্বৰ্দ্ধনা জনোৱাৰ বাবে অভিভূত হৈ পৰে দুয়োজন তাৰকাই। কাৰ্যতঃ মৰিগাঁৱৰ যুৱ প্ৰজন্মৰ আনন্দ উল্লাস দেখি অসমীয়া বোলছবি চোৱাৰ প্ৰৱণতা গঢ়ি উঠা বুলি মন্তব্য ।মনকৰিবলগীয়া কথা যে মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয় এই প্ৰচাৰৰ কাৰ্যসূচীত কলেজ কতৃপৰ্ক্ষ,বাঁহ শিল্পী আৰু সঞ্জীৱন ক'লা নিকেতনৰ শুভেচ্ছা পত্ৰ গ্ৰহণ কৰে ৰত্নাকৰৰ নায়ক যতীন বৰাই সংলাপ গাই।ইফালে শিশু শিল্পী গৰাকীয়ে এবাৰ চুই চোৱা না গীত পৰিৱেশন কৰি এঘাৰ অক্টোবৰত ৰত্নাকৰ চাবলৈ আহবান জনাই । আনহাতে নায়িকা বৰষা ৰাণী বিষয়াই ৰত্নাকৰৰ প্ৰেমৰ সংলাপ মাতি উপস্থিত ছাত্ৰ ছাত্ৰীৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকক ৰত্নাকৰৰ চাবলৈ আহবান ।byte-jatin bora ,baraxa rani bisoya

মনকৰিবলগীয়া কথা যে বহুচৰ্চিত অসমীয়া বোলছবি ৰত্নাকৰৰ প্ৰচাৰ তুংগত উঠিছে যদিও মুক্তি পাবলগীয়া ছবিখনে সকলো শ্ৰেণীৰ দৰ্শকক আৰ্কষণ কৰিবলৈ সক্ষম হয় নে নহয় সেয়া সময়ত লক্ষ্যণীয় হব।Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.