ETV Bharat / state

চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে বন্ধ হৈছে নগাঁও কাগজ কলঃপ্ৰদ্যুৎ বৰদলৈ - গৰম ভাতৰ ধোঁৱাই খাইছে বিজেপিক

চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে নগাঁও কাগজ কলটো বন্ধ হোৱা বুলি অভিযোগ কৰে বৰদলৈয়ে । তেওঁ সাংসদ হৈ জয়ী হ'লে 25 মাহে বেতন বঞ্চিত কৰ্মচাৰী সকলৰহৈ দিল্লীত মাত মতাৰ আশ্বাস প্ৰদান কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷

Pradyut Bordoloi
author img

By

Published : Apr 2, 2019, 10:51 AM IST

Updated : Apr 2, 2019, 11:48 AM IST

জাগীৰোড,2 এপ্ৰিল : জাগীৰোডৰ নগাঁও কাগজ কলত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ ৷ চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে নগাঁওকাগজ কলটো বন্ধ হোৱা বুলি অভিযোগ কৰে বৰদলৈয়ে । তেওঁ সাংসদ হৈ জয়ী হ'লে 25 মাহে বেতন বঞ্চিত কৰ্মচাৰী সকলৰহৈ দিল্লীত মাত মতাৰ আশ্বাস প্ৰদান কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷

প্ৰদ্যুৎ বৰদলৈ

সোমবাৰে নিশা জাগীৰোডৰ নগাঁও কাগজ কলত উপস্থিত হৈ নিৰ্বাচনৰ তেওঁ জয়ী হ'লে কলটো পুনৰ কাৰ্যক্ষম কৰিম বুলি প্ৰতিশ্ৰুতি দি তেওঁ নৰেন্দ্ৰ মোদী হ'ব খোজা নাই বুলিও মন্তব্য কৰে ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যক্ৰমণিকাত জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰ উজ্জীৱিত কৰণৰ বিষয়টো সন্নিৱিষ্ট কৰা হৈছে বুলিও অৱগত কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷
আনহাতে উন্নয়নৰ প্ৰতিশ্ৰুতি বাদ দি সাম্প্ৰদায়িক উচটনি দি বিজেপি দলে নিৰ্বাচনী বৈতৰনী পাৰ হ'বলৈ উঠি পৰি লাগিছে বুলিও মন্তব্য কৰে নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৷

A_GHY_802_PRADYUT_BORDOLOI_AT_JAGIROAD_PHC_VISUAL_BYTE_ASRAR

নৰেন্দ্ৰ মোদীৰ আছে দুটা মহৎ গুন ৷ এটা হ’ল, তেওঁ এজন মহান অভিনেতা ৷ আনটো হ’ল মিছলীয়া ৷ এই মন্তব্য নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন মহান অভিনেতা ৷ কেতিয়াবা দুঃশাসনৰ দৰে অট্টহাস্য দিব পাৰে, কেতিয়াবা আকৌ কৰিব পাৰে চিয়ঁৰ-বাখৰ ৷ বুকুত কম্পন নোহোৱাকৈ অনৰ্গল মিছা কথাও কব পাৰে নৰেন্দ্ৰ মোদীয়ে ৷ এই মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ ৷ সোমবাৰে নিশা জাগীৰোডৰ বন্ধ হৈ থকা নগাঁও কাগজ কলত উপস্থিত হৈ এনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে নগাওঁ কাগজ কলটো বন্ধ হোৱা বুলি অভিযোগ কৰে বৰদলৈয়ে । তেওঁ কয় _ মই জয়ী হলে কলটো পূনৰ কাৰ্যক্ষম কৰিম বুলি নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দি মই নৰেন্দ্ৰ মোদী হব খোজা নাই ।  সাংসদ হৈ জয়ী হ'লে দুৰ্ভগীয়া কৰ্মচাৰী সকলৰ হৈ দিল্লীত মাত মাতিম বুলি ২৫ মাহে বেতন বঞ্চিত কৰ্মচাৰী সকলক আশ্বাস প্ৰদান কৰে প্ৰদ্যুৎ বৰদলৈয়ে  ৷ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ National Agenda ত জাগীৰোড আৰু কাছাৰ কাগজ কল পূনৰ উজ্জিৱীত কৰনৰ বিষয়টো সন্নিৱিষ্ট কৰা হৈছে বুলিও অৱগত কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷ আনহাতে উন্নয়নৰ প্ৰতিশ্ৰুতি বাদ দি সাম্প্ৰদায়ীক উচটনি দি বিজেপি দলে নিৰ্বাচনী বৈতৰনী পাৰ হবলৈ উঠি পৰি লাগিছে বুলিও মন্তব্য কৰে নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৷ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ বিৰুদ্ধেও তেওঁক সৰব হৈ পৰা দেখা যায় । 

Byte প্ৰদ্যুৎ বৰদলৈ ।

 ইয়াৰ পিছতে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে একাংশ সমৰ্থকক লগত লৈ জাগীৰোডৰ শ্ৰী শ্ৰী ৰাধাগোবিন্দ মন্দিৰ দৰ্শন কৰে আৰু নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কামনাৰে মন্দিৰত আশীৰ্বাদ লয় । লগতে মন্দিৰত অনুষ্ঠিত হৈ থকা অখণ্ড হৰিনাম সংকীৰ্তনত অংশ লৈ ভক্ত সকলৰে মত বিনিময় কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।

Visual 802 to 804 at Ftp

Asrar Ansari
  Guwahati 

Last Updated : Apr 2, 2019, 11:48 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.