মৰিগাঁও, 2 নৱেম্বৰঃ মৰিগাঁৱৰ দিগন্ত হাজৰিকাৰ চিণ্ণ-মুণ্ড লাগে শিঙিমাৰীবাসীক ৷ কাৰণ এটা কালভাৰ ৷ এটা কালভাৰৰ বাবে জীয়াতু ভুগিছে ৰাইজে ৷ শিঙিমাৰী গাঁৱত উপস্থিত হ'লেই ৰাইজে শিৰচ্ছেদ কৰিব দীপ হাজৰিকাক ৷ শিঙিমাৰী বাকৰিচাপৰি সংযোগী গড়কাপ্তানী পথৰৰ এটা কালভাৰৰ খহনীয়াক লৈ খঙত অগ্নিশৰ্মা শিঙিমাৰীবাসী ৰাইজ ৷
মৰিগাঁৱৰ দীপ হাজৰিকাৰ চিণ্ণ-মুণ্ড লাগে শিঙিমাৰীবাসীক !! - morigaon xingimari broken culvert
শেহতীয়াকৈ নিপকো'ই পানী এৰি দিয়াৰ ফলত কালভাৰটোৰ এখন দেৱাল ভাঙি যায় ৷ কালভাৰটোৰ দেৱালখন ভাঙি যোৱাৰ ফলত ভাবুকি নামি আহিছে বৃহত্তৰ শিঙিমাৰী অঞ্চলৰ ৰাইজলৈ । ৰাইজৰ অভিযোগ দেৱালখন আঁসোৱাহপূৰ্ণ ভাৱে নিৰ্মাণ কৰিছিল দীপ হাজৰিকাই ৷
মৰিগাঁৱৰ দিগন্ত হাজৰিকাৰ চিণ্ড-মুণ্ড লাগে শিঙিমাৰীবাসীকঃকাৰণ এটা কালভাৰ
মৰিগাঁও, 2 নৱেম্বৰঃ মৰিগাঁৱৰ দিগন্ত হাজৰিকাৰ চিণ্ণ-মুণ্ড লাগে শিঙিমাৰীবাসীক ৷ কাৰণ এটা কালভাৰ ৷ এটা কালভাৰৰ বাবে জীয়াতু ভুগিছে ৰাইজে ৷ শিঙিমাৰী গাঁৱত উপস্থিত হ'লেই ৰাইজে শিৰচ্ছেদ কৰিব দীপ হাজৰিকাক ৷ শিঙিমাৰী বাকৰিচাপৰি সংযোগী গড়কাপ্তানী পথৰৰ এটা কালভাৰৰ খহনীয়াক লৈ খঙত অগ্নিশৰ্মা শিঙিমাৰীবাসী ৰাইজ ৷
Intro:Morigaon dip hazarika imgBody:Imgs dip hazarikaConclusion:Ratuldeka etv Bharat morigaon