মৰিগাঁও,৭মাৰ্চ: বৃহস্পতিবাৰে বিদ্যালয়ৰ শ্ৰেণী কোঠা এৰি আন্দোলনত নামিল ৰাজ্যৰ টেট শিক্ষক সমাজ । চাকৰি নিয়মীয়াকৰণ, গ্ৰেড প্ৰে, এন পি এছ, প্ৰধান শিক্ষকৰ ভাট্টা প্ৰদানআদি বিভিন্ন দাবীত মৰিগাঁৱতো টেট শিক্ষকসকলে সাব্যস্তকৰেপ্ৰতিবাদ।
মৰিগাঁৱত টেট শিক্ষকৰ প্ৰতিবাদ - dc
কৰি নিয়মীয়াকৰণ, গ্ৰেড প্ৰে, এন পি এছ, প্ৰধান শিক্ষকৰ ভাট্ৰা আদি বিভিন্ন দাবীত মৰিগাঁৱতো টেট শিক্ষকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদী শিক্ষকসকলে ৷
মৰিগাঁৱত টেট শিক্ষকৰ প্ৰতিবাদ
মৰিগাঁও,৭মাৰ্চ: বৃহস্পতিবাৰে বিদ্যালয়ৰ শ্ৰেণী কোঠা এৰি আন্দোলনত নামিল ৰাজ্যৰ টেট শিক্ষক সমাজ । চাকৰি নিয়মীয়াকৰণ, গ্ৰেড প্ৰে, এন পি এছ, প্ৰধান শিক্ষকৰ ভাট্টা প্ৰদানআদি বিভিন্ন দাবীত মৰিগাঁৱতো টেট শিক্ষকসকলে সাব্যস্তকৰেপ্ৰতিবাদ।
Intro: বিদ্যালয়ৰ শ্ৰেণী কোঠা এৰি আন্দোলনত নামিল ৰাজ্যৰ টেট শিক্ষক সমাজ। পিছে ৰাজ্যৰ টেট শিক্ষকৰ কিয় এই আন্দোলন এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক পতিবেদন।
Body: চাকৰি নিয়মীয়া কৰণ।
গ্ৰেড প্ৰে ,শিশু যত্নৰ ছুটি, এন পি এছ,প্ৰধান শিক্ষকৰ ভাট্ৰা।এনে বিভিন্ন দাবীত টেট শিক্ষকৰ স্মাৰকপত্ৰ।জিলা উপায়ুক্তৰ জৰিয়তে শিক্ষা মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীলৈ ৰাজ্যৰ টেট শিক্ষকৰ কেইবাদফীয়া স্মাৰক পত্ৰ। এইয়া মৰিগাঁও জিলাৰ দৃশ্য। বিদ্যালয়ৰ পাঠদান কৰি এনেদৰেই মৰিগাঁও বিহুতলিত পাতিলে প্ৰতিবাদী সভা। মনকৰিবলগীয়া যে টেট শিক্ষকৰ এই প্ৰতিবাদী কাৰ্যসূচীক হসযোগিতা আগবঢ়ালে ৰাজ্যৰ প্ৰাথমিক শিক্ষক সন্থাই। নকৰিবনো কিয় ৰাজ্য চৰকাৰে যে প্ৰথমখন কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিল টেট শিক্ষকৰ চাকৰি কৰিয বুলি। আলোচনাও হল মুখ্যমন্ত্ৰীৰে ।পৰিতাপৰ বিষয় এয়ে যে ৰাজ্যৰ শিক্ষা বিভাগে টেট শিক্ষক এই সমস্যাৰ সমাধানত পিঠি দিলে।আৰু সেয়ে এইদৰে প্ৰতিবাদী সভাপাতি চৰকাৰলৈ স্মাৰক পত্ৰ।
উল্লেখযোগ্য যে এইখন চৰকাৰে তথা ৰাজ্যৰ শিক্ষা বিভাগে যদিহে ৰাজ্য ৰ এইসকল টেট শিক্ষকৰ সমস্যা এইবাৰো গুৰুত্ব নিদিয়ে তেতিয়াহলে পৰৱৰ্তী সময়ত ইয়াত কৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিব ৰাজ ্যৰ টেট শিক্ষক সমাদে।byte:zila'secty,and others organisation teacher
Conclusion:ratul deka, etv bharat.morigaon.