ETV Bharat / state

মৰিগাঁও বানাক্ৰান্তৰ মাজত শ্ৰীমন্ত শংকৰদেৱ সংঘ - শ্ৰীমন্ত শংকৰদেৱ সংঘ

মৰিগাঁও বানাক্ৰান্তৰ মাজত শ্ৰীমন্ত শংকৰদেৱ সংঘ। বৃহস্পতিবাৰে কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তিনিখন জিলাত ন বিধ নিত্য ব্যৱহৃত সামগ্ৰী বিতৰণ কৰে

মৰিগাঁও বানাক্ৰান্তৰ মাজত শ্ৰীমন্ত শংকৰদেৱ সংঘ
author img

By

Published : Jul 25, 2019, 10:50 PM IST

মৰিগাঁও,25 জুলাইঃ বৃহস্পতিবাৰে বানাক্ৰান্তৰ মাজত উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘ । কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তিনিখন জিলাত ন বিধ নিত্য ব্যৱহৃত সামগ্ৰী বিতৰণ কৰে। আনহাতে শুকুৰবাৰে তেজপুৰ আৰু উজনি অসমৰ আঠখন জিলাৰ মুঠ ২ লাখ বানাক্ৰান্তক সামগ্ৰী বিতৰণৰ লক্ষ্য বান্ধি লৈছে সংঘই৷ এই সাহায্য অহা ২৭জুলাই লৈ অব্যাহত থাকিব । মনকৰিবলগীয়া যে ৰাজ্যৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ বাবে সমূহ জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী লৈ প্ৰেৰণ কৰিব স্মাৰকপত্ৰ।

মৰিগাঁও বানাক্ৰান্তৰ মাজত শ্ৰীমন্ত শংকৰদেৱ সংঘ।বৃহস্পতিবাৰে কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তিনিখন জিলাত ন বিধ নিত্য ব্যৱহৃত সামগ্ৰী বিতৰ কৰে।আনহাতে কাইলৈ তেজপুৰত আৰু উজনি অসমৰ আঠখন জিলাৰ মুঠ ২ লাখ বানাক্ৰান্ত ক বিতৰণৰ লক্ষ্য বান্ধি লৈছে সংঘিএই সাহাৰ্য অহা ২৭জুলাই লৈ অব্যাহত থাকিব।।
মনকৰিবলগীয়া যে ৰাজ্যৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ বাবে সমূস জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী লৈ প্ৰেৰণ কৰিব স্মাৰকপত্ৰ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.