ETV Bharat / state

মৰিগাঁৱত শোকাবহ পথ দুৰ্ঘটনাঃনিহত শিশু - AS 01B-7312

লাহৰীঘাটত বালি কঢ়িওৱা ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় শিশু ৷ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ফলিহামাৰী পামত বিয়লি প্ৰায় চাৰি বজাত এখন বালি কঢ়িওৱা ট্ৰাকে এখন বাইকত খুন্দা মাৰে ৷ ফলত থিতাতে নিহত হয় ফাহিম আকটাৰ নামৰ শিশুটি ।

মৰিগাঁৱত দুৰ্ঘটনা
থিতাতে নিহত শিশু
author img

By

Published : Jan 4, 2020, 2:15 AM IST

মৰিগাওঁ,3 জানুৱাৰীঃ মৰিগাওঁৰ লাহৰীঘাটত শুকুৰবাৰে সংঘটিত হয় শোকাবহ পথ দুৰ্ঘটনা ৷ বালি কঢ়িওৱা ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় শিশু ৷ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ফলিহামাৰী পামত বিয়লি প্ৰায় চাৰি বজাত এখন বালি কঢ়িওৱা ট্ৰাকে এখন বাইকত খুন্দা মাৰে ৷ মুহুৰ্ততে বাইকত অহা একেটা পৰিয়ালৰে চাৰিজন সদস্য দুৰ্ঘটনাত পতিত হয় ৷ পৰিয়ালটোৰ তিনি বছৰীয়া শিশুটিৰ ওপৰেৰে ট্ৰাকখন পাৰ হৈ যোৱাত থিতাতে নিহত হয় ফাহিম আকটাৰ নামৰ শিশুটি । লগতে গুৰুতৰভাৱে আহত হয় পিতৃ- মাতৃ আৰু আনটো শিশু ৷

থিতাতে নিহত শিশু

উল্লেখ্য যে,পৰিয়ালক লৈ বাইক আৰোহীজনে ঘৰ অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটো সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS 01B-7312 ৷ গুৰুতৰভাৱে আহত দম্পতী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাহন দুখন জব্দ কৰাৰ লগতে মৃত শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ সমগ্ৰ ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

লগতে চাওকঃগুৱাহাটীৰ ১৭০ খন হোটেলৰ বুকিং শেষঃ খেল' ইণ্ডিয়াৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে

Intro:মৰিগাঁৱৰ লাহৰীঘাটত শোকাবহ পথ দুৰ্ঘটনা।বালি কঢ়িওৱা ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ পাছত শিশুৰ ওপৰেৰে পাৰ হৈ যায় মৃত্যু দূত ৰূপী ট্ৰাক । ।ঘটনাস্হলীতে মৃত্যু হয় এটি তিনিবছৰীয়া শিশু ।আহত হয় পিতৃ মাতৃ আৰু আন এগৰাকী সন্তান ।Body:মৰিগাঁৱৰ লাহৰীঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা।ঘটনাৰ বিৱৰণী মতে লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ফলিহামাৰি পামত শুক্ৰবাৰে বিয়লি প্ৰায় চাৰি বজাত এখন বালি কঢ়িওৱা ট্ৰাকে প্ৰথমে বাইকত খুন্দা মাৰে । বাইকত অহা চাৰিজনীয়া পৰিয়ালটো পথৰ ওপৰত পৰাত তিনি বছৰীয়া শিশুটিৰ ওপৰেৰে পাৰ হৈ যায় মৃত্যু দূত ৰূপী এইট্ৰাকখন। ফলত থিতাতে নিহত হয় ফাহিম আকতাৰ নামৰ কণমানি শিশুটি।।গুৰুতৰভাৱে আহত হয় মৃত শিশুটিৰ পিতৃ- মাতৃ আৰু আনটৌ শিশু। উল্লেখ্য যে পৰিয়ালক লৈ এজন বাইক আৰোহীয়ে আলহী খাই ঘৰৰ অভিমুখে গৈ থকাৰ অৱস্থাতে ভূৰাগাঁৱৰ ফলিহামাৰী পামত দুৰ্ঘটনাটো সংঘটিত হয়।বাইকখনত পিতৃ মাতৃৰ সৈতে মৃত শিশুটি ঘৰলৈ গৈ আছিল।দুৰ্ঘটনাটো সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS 01B - 7312 আৰু বাইকখনৰ নম্বৰ AS 02F - 1544.মৃত শিশুটিৰ গুৰুতৰভাৱে আহত পিতৃ মাতৃ চিকিৎসাধীন। ইতিমধ্যে ঘটনাস্হলীত স্হানীয় আৰক্ষী উপস্থিত হৈ দূৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰাৰ লগতে দূৰ্ভগীয়া পৰিয়ালটোৰ পিতৃ মাতৃদ্বয়ৰ চিকিৎসাৰ ব্যবস্থাৰ কৰাৰ বিপৰীতে মৃত শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাবতীয় ব্যৱস্হা গ্ৰহণ কৰিছে। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ।byte:publicsConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.