মৰিগাঁও, ১৯ ফেব্ৰুৱাৰীঃআমি ক'ব বিচাৰিছো নগাঁও-মৰিগাঁও সীমান্তৱৰ্তী নখন্দাৰ এইখন বৰটোকুলাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ বিষয়ে। পিছে এইখন বনাঞ্চল ৰাজ্যৰ বনবিভাগৰ সংৰক্ষিত বনাঞ্চল নহয় । নখন্দা গাঁৱৰ প্ৰকৃতিপ্ৰেমী ৰাইজৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফচল ১৫ হেক্টৰ মাটিত গঢ় লৈ উঠা এই বনাঞ্চল । ৩৫ বছৰীয়া প্ৰচেষ্টাৰে গঢ়ি তোলা এই বনাঞ্চলে ক্ৰমবৰ্দ্ধমান হাৰত বাঢ়ি অহা গোলকীয় উষ্ণতা ৰোধৰ ক্ষেত্ৰত যথেষ্ট তাৰ্পয বহন কৰিছে।
মৰিগাঁৱৰ জৈৱ-বৈচিত্ৰৰে ভৰপূৰ এখন বনাঞ্চল - মৰিগাঁও
দুষ্প্ৰাপ্য বৰটোকোলাৰো নিৰাপদ নিলয় এই বনাঞ্চলখন
বনাঞ্চল
মৰিগাঁও, ১৯ ফেব্ৰুৱাৰীঃআমি ক'ব বিচাৰিছো নগাঁও-মৰিগাঁও সীমান্তৱৰ্তী নখন্দাৰ এইখন বৰটোকুলাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ বিষয়ে। পিছে এইখন বনাঞ্চল ৰাজ্যৰ বনবিভাগৰ সংৰক্ষিত বনাঞ্চল নহয় । নখন্দা গাঁৱৰ প্ৰকৃতিপ্ৰেমী ৰাইজৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফচল ১৫ হেক্টৰ মাটিত গঢ় লৈ উঠা এই বনাঞ্চল । ৩৫ বছৰীয়া প্ৰচেষ্টাৰে গঢ়ি তোলা এই বনাঞ্চলে ক্ৰমবৰ্দ্ধমান হাৰত বাঢ়ি অহা গোলকীয় উষ্ণতা ৰোধৰ ক্ষেত্ৰত যথেষ্ট তাৰ্পয বহন কৰিছে।
Intro:এটা যুৱক সংঘৰ ৩৫ বছৰ ফচল জৈৱবৈচিত্ৰৰে ভৰপূৰ এখন বনাঞ্চল। পিছে ৰাজ্যৰ কত কেনেকৈ গঢ়ি উঠিছে এই জৈৱ বৈচিত্ৰৰ ৰম্যভূমি এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক বিশেষ প্ৰতিবেদন।
Body: জৈৱ বৈতিত্ৰ ৰক্ষা কৰা।
তেহে থাকিব মৰমৰ ধৰা।।
গোলকীয় উষ্ণতাক প্ৰত্যাহ্বান । ৩৫ বছৰীয়া সেউজ বিপ্লৱ ।আৰু এলানি সেউজ সংলাপ।এখন জৈৱবৈচিত্ৰৰ ৰম্যভূমি। দুষ্প্ৰাপ্য বৰটোকুলাৰ নিৰাপদ নিলয়।কব বিচাৰিছো নগাঁও মৰিগাঁও সীমান্তৱৰ্তী নখন্দাৰ এইখন বৰটোকুলাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ বিষয়ে।পিছে এইখন কোনো লাখটকীয়া বেতনভোগী বনবিভাগৰ বুলি ভুল নকৰিব।১৫ হেক্টৰ মাটিত এই বনাঞ্চল গঢ়ি তুলিছে নখন্দা গাৱৰ প্ৰকৃতিপ্ৰেমী ৰাইজে। চাওক প্ৰতিটো সেউজ সংলাপৰ তলত অৰুণজ্যোতি যুৱক সংঘৰ নাম। ক্ৰমবৰ্দ্ধমান হাৰত বাঢ়ি অহা গোলকীয় উষ্ণতা ৰোধৰ বাবে এখন ৩৫ বছৰীয়া অব্যাহত সেউজ সংগ্ৰাম।bytes:1:president: yubak sangha
যুৱক সংঘৰ এই আশাশুধীয়া প্ৰচেষ্টাৰ বাবেই নখন্দাৰ সেউজ ভূমিত সংৰক্ষিত হৈছে বিভিন্ন প্ৰজাতিৰ থলুৱা গছ গছনি,উদ্ভিদৰ লগতে বহু মূল্যবান গছ। নিৰাপদ আশ্চয়স্হলী হৈছে বৰটোকুলাকে ধৰি বিধিধ পক্ষী তথা জীৱকুল।স্মৰ্তব্য যে ধুমুহাত বাহ ভাগি আহত হোৱা বৰটোকুলাৰ পোৱালি চিকিৎসাৰ পাছত গতাই দিয়ে চিৰিয়াখানাত।bytes:2:president yubak sangha
কবলৈগলে প্ৰকৃতি সংৰক্ষণ বাবে বনবিভাগৰ লেখীয়াকৈ যুৱক সংঘটোৰ আছে কেতবোৰ অনুশাসন। সেয়ে সেউজ সংলাপ -"যদিহে নাথাকে বৃক্ষ অৰণ্য। পৃথিৱী হব অচিৰেই ছন্ন।।"" আমাৰ গাও আমাৰ প্ৰাণ।আমিয়েই ৰাখিব লাগিব মান।।"ইত্যাদি লিখি পথৰ দাঁতিত আৰি দিছে বিভিন্ন সেউজ সংলাপ।গাঁৱৰ গৰু ছাগলী প্ৰবেশ কৰিব নোৱাৰাকৈ জেউৰা দিয়ে গাঁৱৰ ৰাইজে।
মৰাগছ এডালো কাটিব নোৰাৱাৰে কাটিলেই দণ্ডনীয়।bytes:3:advisor,yubak Sangha.
মুঠতে ব্যাগোম বনবিভাগৰ একাংশ বনবিষয়াই বনধ্বংস অব্যাহত ৰখোৱাৰ সময়তে গাঁওখনত প্ৰবেশ কৰাৰ পাছতে আপোনাৰ মনপ্ৰাণ ভৰি পৰিব এই জৈৱবৈচিত্ৰৰ বনাঞ্চল দেখি। নিৰাপদে আশ্ৰয় লৈছে হালে বৰটোকুলা। বাৰমাহে থাকে বিভিন্ন পক্ষী।সেয়ে ওচৰ চুবুৰীয়া মানুহৰ আহবান সকলোৱে নখন্দা অৰুণজ্যোতি যুৱক সংঘৰ আৰ্দশ লোৱা উচিত।bytes:4: neighbours.
Conclusion:Ratul deka.etv Bharat.morigaon.