ETV Bharat / state

লক-আপত চেলফি উঠাৰ ইচ্ছা আছে যদি মৰিগাঁৱলৈ আহক ! - চেলফি

অভিযুক্তৰ চেলফি জ'নলৈ পৰ্যবসিত মৰিগাঁৱৰ এখন আৰক্ষী থানাৰ লকাপ । মিকিৰভেটা আৰক্ষী থানাত কাৰ আশীৰ্বাদত চলিছে এই চেলফি জ'ন ? আৰক্ষী থানাৰ লকাপৰ সন্মুখত এখন চেলফি ৷ তাৰ পাচতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া ৷

ৰাজ্যৰ এখন বিশেষ আৰক্ষী থানা
author img

By

Published : Sep 25, 2019, 4:44 PM IST

মৰিগাঁও,25ছেপ্টেম্বৰঃ ৰাজ্যৰ এখন বিশেষ আৰক্ষী থানা ৷ য'ত এতিয়া থানাৰ লক-আপ পৰিণত হৈছে চেলফি জ'নলৈ । ৰাজ্যৰ একাংশ আৰক্ষী থানা অপৰাধীৰ যে নিৰাপদ আশ্ৰয়স্থলী সেয়া পুনৰ প্ৰমাণিত হ'ল এখন ভাইৰেল হোৱা চেলফিৰ পাচতে ৷

প্ৰথমে থানাৰ লক-আপৰ সন্মুখত এজন অভিযুক্ত বন্ধুৰে পাঁচ বন্ধুৰ চেলফি ৷ তাৰপাচতে জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত অভিযুক্ত আৰু পাঁচ বন্ধুৰ আৰক্ষী থানাত লোৱা চেলফি পোষ্টৰ দৃশ্য । এই ঘটনা সংঘটিত হৈছে মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষী থানাত । কিন্তু কেনেকৈ আৰক্ষীৰ বেহু ভেদি এনেদৰে অভিযুক্তৰ সৈতে চেলফি ল'বলৈ সক্ষম হ'ল তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে নিতৌ আৰক্ষীৰ এনে কিছু কৰ্মকাণ্ডত ৰাইজৰ মনত অসম আৰক্ষীৰ প্ৰতি থকা ভাবমূৰ্তি সামগ্ৰিকভাৱে ম্লান পাব ধৰিছে ৷

etv bharat
আৰক্ষী থানাৰ লকাপৰ সন্মুখত এখন চেলফি
etv bharat
আৰক্ষী থানাৰ লকাপৰ সন্মুখত এখন চেলফি

ঘটনাৰ অনুসৰি, মৰিগাঁৱৰ মিকিৰভেটা থানাৰ অন্তৰ্গত চালিনা বেগমক নিজৰ ঘৰৰ চোতালত AS -21C-4144 নম্বৰৰ এইখন নীলা মেক্সিমো গাড়ীৰে চেপি হত্যাৰ চেষ্টা চলাই স্বামী আচাদুৰে । আহত পত্নী চেলিনাৰ পৰিয়ালৰ অভিযোগ মতে আচাদুৰ অন্য ছোৱালীৰ সৈতে পৰকীয়া প্ৰেমত পৰাৰ বাবেই বহুবাৰ শাৰীৰিক-মানসিক নিপীড়ন চলাই আহিছে । সেয়ে 23 ছেপ্টেম্বৰত নিৰ্যাতিতা চেলিনা বেগমৰ মাতৃৰ এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পত্নী হত্যাৰ চেষ্টা চলোৱা আচাদুৰক ।

Intro:অভিযুক্তৰ চেলফি য'নলৈ পৰ্যবসিত হল মৰিগাঁৱৰ এখন আৰক্ষী থানাৰ লকাপ পক্ষ । মিকিৰভেটা আৰক্ষী থানাত কাৰ আশীৰ্বাদত চলিছে এই চেলফি য'ন এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক প্ৰতিবেদন।Body:*থানাৰ লকাপৰ সন্মুখত এজন অভিযুক্ত বন্ধুৰে চেলফি। প্ৰথমে পাঁচ বন্ধুৰ চেলফি দ্বিতীয়তে আপডেট জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত*

ৰাজ্যৰ এখন বিশেষ আৰক্ষী থানাৰ লকাপ পৰ্যবসিত হৈছে চেলফি য'নলৈ।ৰাজ্যৰ একাংশ আৰক্ষী থানা অপৰাধীৰ যে নিৰাপদ আশ্ৰয় থলী সেয়া পুনৰ প্ৰমাণিত হৈছে মৰিগাঁৱৰ অভিযুক্তৰ চেলফি কাণ্ডই ।
থানাৰ লকাপৰ সন্মুখত এজন অভিযুক্ত বন্ধুৰে চেলফি। প্ৰথমে পাঁচ বন্ধুৰ চেলফি দ্বিতীয়তে আপডেট তৃতীয়তে লাইক শ্বেয়াৰ কমেন্ট ইত্যাদিৰ । এইয়া সামাজিক মাধ্যম ফেচবুকত অভিযুক্ত আৰু পাঁচ বন্ধুৰ আৰক্ষী থানাত লোৱা চেলফি পোষ্ট দৃশ্য । এই ঘটনা সংঘটিত মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষী থানাৰ ।প্ৰতিক্ৰিয়া ।কেনেকৈ আৰক্ষীৰ বেহ্যুঁ ভেদি এই পাঁচ বন্ধু অভিযুক্তৰ সৈতে চেলফি লবলৈ সক্ষম হল। অভিযুক্ত আচাদুৰ ৰহমান ।পিতা মফিজুদ্দিন । ঘটনাৰ বিৱৰণী মতে মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত বালিগাঁৱৰ বচৰৎ উদ্দিনৰ জীয়াৰী চালিনা বেগমক অভিযুক্তৰ নিজৰ ঘৰৰ চোতালত AS -21C-4144 নম্বৰৰ এইখন নীলা মেক্সিমো গাড়ীখনৰে চেপি হত্যাৰ চেষ্টা চলাই স্বামী আচাদুৰে। আহত চেলিনা সম্প্ৰতি মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন। পত্নী পৰিয়ালৰ অভিযোগ মতে চৰিত্ৰ হীন আচাদুৰ অন্য ছোৱালীৰ সৈতে পৰকীয়া প্ৰেমত পৰাৰ বাবেই বহুবাৰ শাৰিক-মানসিক নিপীড়ন চলাই আহিছে এক সন্তানৰ মাতৃ চেলিনাক। সেয়ে হে অভিযুক্তৰ মিকিৰভেটাৰ ঘৰৰ পৰা পিতৃ ঘৰত আশ্ৰয় লৈ তিনিজনীয়া পৰিয়ালটো কিছুদিন থাকে ।পিছে ইয়াৰ পিছতে ভবিষ্যত চেলিনাক নিৰ্যাতন নচলায় বুলি অভিযুক্তৰ ঘৰলৈ লৈ যায় । উদ্ধেগজনক বিষয় যে এইবাৰ নিৰ্যাতন নহয় হত্যাৰ চেষ্টা চলাই চলাই স্বামী আচাদুৰৰে। সেয়ে 23 চেপ্তেম্বৰত নিৰ্যাতিতা চেলিনা বেগমৰ মাতৃৰ এখন এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে পত্নী হত্যাৰ চেষ্টা চলোৱা আচাদুৰ বিৰুদ্ধে । অভিযোগ মতে পত্নী চালিনা বেগমক ইয়াৰ পূৰ্বে ঔষধ সেৱনৰে হত্যা চেষ্টা কৰাৰ বাবে মিকিৰভেটা থানাত এখন এজাহাৰ দিয়া হৈছিল যদিওঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে মিকিৰভেটা আৰক্ষীয়ে এতিয়া অতি গুৰুত্বপুৰ্ণ বিষয় যে আচামী আচাদুৰ ৰহমানে কেনেদৰে কাৰ আশীৰ্বাদত বন্ধুৰ সৈতে চেল্ফি উঠি দিব পাৰিলে জনপ্ৰিয় মাধ্যম ফেচবুকত ৷ই অসম আৰক্ষী বাবে লাখটকীয়া প্ৰশ্ন ।Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.