ETV Bharat / state

মৰিগাৱঁত বান শিবিৰত ভাত ৰান্ধিবলৈ নাই ইন্ধন - ETV BHARAT

মৰিগাঁৱৰ লাহৰীঘাটৰ বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতি৷ শিবিৰত ভাত ৰান্ধিবলৈ নাই ইন্ধন৷ শান্তি ইনডেন চাৰ্ভিচৰ স্বত্বাধিকাৰীৰ বন্যাৰ্তক লৈ ল'ৰা ধেমালি৷

মৰিগাৱঁত বান শিবিৰত ভাত ৰান্ধিবলৈ নাই ইন্ধন
author img

By

Published : Jul 14, 2019, 3:13 AM IST

মৰিগাওঁ,14 জুলাই: মৰিগাঁৱত বন্যাৰ্তক লৈ শান্তি ইনডেন চাৰ্ভিচৰ স্বত্বাধিকাৰীৰ ল'ৰা ধেমালি৷ শনিবাৰে মৰিগাঁৱৰ লাহৰীঘাটত উজ্বলা ৰন্ধন গেছ নাপাই পৰিস্থিতি উত্তপ্ত কৰি তোলে স্থানীয় ৰাইজে৷ উত্তপ্ত ৰাইজে ঘেৰাও কৰি ধৰে লাহৰীঘাট শান্তি ইন্ডেন চাৰ্ভিচৰ কৰ্মচাৰীক৷ উল্লেখ্য যে লাহৰীঘাটৰ বানাক্ৰান্তই নিবলৈ আহিছিল চৰকাৰী ভাৱে যোগান ধৰা উজ্বলা গেছ৷

মৰিগাৱঁত বান শিবিৰত ভাত ৰান্ধিবলৈ নাই ইন্ধন

কিন্তু গেছ নিবলৈ আহি বাৰে বাৰে বিমুখ হ'বলগীয়া হয় বানাক্ৰান্ত হিতাধিকাৰীসকল৷ বাৰে বাৰে বিমুখ হোৱাৰ ফলত অতিষ্ঠ হৈ বানাক্ৰান্তসকলে লাহৰীঘাটৰ শান্তি ইনডেন চাৰ্ভিচৰ কাৰ্যালয়ৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ মৰিগাঁৱৰ লাহৰীঘাটৰ শিবিৰত আশ্ৰয় লৈ থকা এইসকল বানাক্ৰান্তক এতিয়া ৰন্ধন গেছৰ অভাৱত বিমোৰত পৰিছে৷

Intro:মৰিগাঁৱৰ লাহৰীঘাটৰ বন্যাৰ্ত্তৰ মাজত হাহাকাৰ পৰিস্থিতি । শিবিৰত ভাত ৰান্ধিবলৈ নাই ইন্ধন। শান্তি ইনডেন চাৰ্ভিচৰ স্বত্বাধিকাৰীৰ বন্যাৰ্ত্তক লে ল'ৰা ধেমালি ।Body:মৰিগাঁৱত বন্যাৰ্ত্তক লৈ শান্তি ইনডেন চাৰ্ভিচৰ স্বত্বাধিকাৰী, ল'ৰা ধেমালি । শনিবাৰে মৰিগাঁৱৰ লাহৰীঘাটত শনিবাৰে উজলা ৰন্ধন গেছ নাপাই পৰি পৰিস্থিতি উত্তপ্ত কৰিতোলে । ঘেৰাও কৰিলে লাহৰীঘাটস্হ শান্তি ইনডেন চাৰ্ভিচৰ কৰ্মচাৰীক।তাৰেই দৃশ্য এইয়া । শনিবাৰে এনেদৰেই লাহৰীঘাটৰ বানাক্ৰান্তই নিবলৈ আহিছিল চৰকাৰী ভাৱে যোগান ধৰা উজলা গেছ। পিছে গেছ নিবলৈ আহি বাৰে বাৰে বিমুখ বানাক্ৰান্ত হিতাধিকাৰীসকল। উল্লেখযোগ্য যে বাৰে বাৰে বিমুখ বানাক্ৰান্ত অতিষ্ঠ হৈ পৰিস্থিতি উত্তপ্ত কৰে লাহৰীঘাটৰ এই শান্তি ইনডেন চাৰ্ভিচৰ কাৰ্যালয়।byte:flood afected public+gas workers
Conclusion:হয় ঠিকেই শুনিছে আপুনি ।এতিয়া প্ৰশ্ন হৈছে মৰিগাঁৱৰ লাহৰীঘাটৰ এইসকল শিবিৰত আশ্ৰয় লৈ থকা এইসকল বানাক্ৰান্তক কেনেকৈ ৰন্ধন গেছ যোগান ধৰি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হয় ।

Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.