মৰিগাঁও, 20 জুলাই : শুকুৰবাৰে মৰিগাঁও বন্যাৰ্তৰ মাজত উপস্থিত হয় সদৌ অসম কবি সন্মিলনৰ ন-পুৰণি কবি সমাজ । সদৌ অসম কবি সন্মিলনৰ আহ্বান ক্ৰমে মৰিগাঁও জিলা সমিতিৰ বিষয়ববীয়া সকলে মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাকলং টেঙাগুৰিৰ শতাধিক বানাক্ৰান্তৰ মাজত উপস্থিত হৈ প্ৰথমে বানপৰিস্থিতিৰ বুজ লয় । জিলা সমিতিৰ কবি বিষয়ববীয়াসকলে টেঙাগুৰি, টেঙাগুৰি ভূমিহীন, ফুলগুৰিৰ তিনিটা চুবুৰীৰ শতাধিক পৰিয়ালৰ মাজত বিতৰণ কৰে চাউল, দালি, মিঠাতেল, নিমখ, চেনি, চিৰা, বিস্কুট, মেছ, ম'ম । সন্মিলনীয়ে অহা ২১ জুলাইত দ্বিতীয় লানি বানসাহাৰ্য বিতৰণ কৰাৰ কথা জানিবলৈ দিয়ে ।
মৰিগাঁৱত কবি সন্মিলনৰ সাহাৰ্য বিতৰণ - Etv Bharat
কাগজ-কলম হাতত লৈ কল্প চিত্ৰ অংকণ কৰাৰ বিপৰীতে শুকুৰবাৰে ব্যতিক্ৰমী ৰূপত দেখা গ'ল মৰিগাঁৱৰ কবি সমাজক । সদৌ অসম কবি সন্মিলনৰ আহ্বান ক্ৰমে মৰিগাঁও জিলা সমিতিৰ ন-পুৰণি কবিসকল উপস্থিত হয় বন্যাৰ্তৰ কাষত ।
![মৰিগাঁৱত কবি সন্মিলনৰ সাহাৰ্য বিতৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3890066-thumbnail-3x2-aa.jpg?imwidth=3840)
মৰিগাঁও, 20 জুলাই : শুকুৰবাৰে মৰিগাঁও বন্যাৰ্তৰ মাজত উপস্থিত হয় সদৌ অসম কবি সন্মিলনৰ ন-পুৰণি কবি সমাজ । সদৌ অসম কবি সন্মিলনৰ আহ্বান ক্ৰমে মৰিগাঁও জিলা সমিতিৰ বিষয়ববীয়া সকলে মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাকলং টেঙাগুৰিৰ শতাধিক বানাক্ৰান্তৰ মাজত উপস্থিত হৈ প্ৰথমে বানপৰিস্থিতিৰ বুজ লয় । জিলা সমিতিৰ কবি বিষয়ববীয়াসকলে টেঙাগুৰি, টেঙাগুৰি ভূমিহীন, ফুলগুৰিৰ তিনিটা চুবুৰীৰ শতাধিক পৰিয়ালৰ মাজত বিতৰণ কৰে চাউল, দালি, মিঠাতেল, নিমখ, চেনি, চিৰা, বিস্কুট, মেছ, ম'ম । সন্মিলনীয়ে অহা ২১ জুলাইত দ্বিতীয় লানি বানসাহাৰ্য বিতৰণ কৰাৰ কথা জানিবলৈ দিয়ে ।
Body: কাপ-কলমৰে কল্পচিত্ৰৰ অংকণত নহয়। নহয় কল্পনাৰ ৰং তুলিকাৰ মাজত ।এইবাৰ মৰিগাঁও বন্যাৰ্তৰ মাজত সদৌ অসম কবি সন্মীলনৰ নপুৰণি কবি সমাজ ।এই সকল মৰিগাঁও জিলা সমিতিৰ নবিন প্ৰবীন কবি। সদৌ অসম কবি সন্মিলনৰ আহবান ক্ৰমে শুক্ৰবাৰে মৰিগাঁও জিলা সমিতিৰ বিষয়ববীয়া সকলে মৰিগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত মৰাকলং টেঙাগুৰিৰ শতাধিক বানাক্ৰান্তৰ মাজত উপস্থিত হৈ প্ৰথমে বানপৰিস্হিতিৰ বুজ লয়।
জিলা সমিতিৰ কবি বিষয়ববীয়া সকলে টেঙাগুৰি , টেঙাগুৰি ভূমিহীন,ফুলগুৰি আদি তিনিটা চুবুৰীৰ শতাধিক পৰিয়ালৰ মাজত চাউল,দালি,মিঠাতেল,নিমখ,চেনি,চিৰা,বিস্কুট মেছ,মম আদি যোগান ধৰে।ইফালে সদৌ অসম কবি সন্মিলনৰ সমান্তৰালভাৱে অহা ২১ জুলাইত মৰিগাঁও জিলাসমিতিয়েও দ্বিতীয় লানি বানসাহাৰ্য বিতৰণ কৰিব বুলি জনাই দানবৰঙণি আগবঢ়োৱা সখলক ধন্যবাদ জনাই।byte:zila,secty
Conclusion:ratul deka.etv.Bharat.morigaon