ETV Bharat / state

চৰকাৰী বিজ্ঞাপনৰ বিপৰীতে ৰাজ্যত উন্নয়নৰ ফোপোলা স্বৰূপ - ৰাজ্যত উন্নয়নৰ ফোপোলা স্বৰূপ

মৰিগাঁৱৰ একাংশ কৃষকে চৰকাৰী বিভাগৰ আঁচনিলৈ আশা নকৰি নিজে প্ৰচেষ্টাতে উৎপাদন কৰিবলৈ সক্ষম হৈছে বৰোধান। চৰকাৰীভাৱে যোগান ধৰা হোৱা নাই পানী যোগানৰ উপৰিও নাই কৃষি বিভাগৰ তৰফৰ পৰা সা-সুবিধা ।

Morigaon farmers
চৰকাৰী বিজ্ঞাপনৰ বিপৰীতে ৰাজ্যত উন্নয়নৰ ফোপোলা স্বৰূপ
author img

By

Published : Mar 26, 2020, 11:09 AM IST

Updated : Mar 26, 2020, 11:25 AM IST

মৰিগাঁও,26 মাৰ্চঃ মৰিগাঁৱত কোটিটকীয়া চৰকাৰী বিজ্ঞাপনৰ বিপৰীতে উন্নয়নৰ ফোপোলা স্বৰূপ। বিয়াগোম কৃষি আৰু জলসিঞ্চন বিভাগৰ সাহায্য অবিহনেই বৰোধান উৎপাদনত ব্যস্ত বানেধোৱা মৰিগাঁৱৰ কৃষকৰ। মৰিগাঁৱৰ সেউজীয়া পথাৰে ৰাইজলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ৷ প্ৰতিবিঘা বৰো ধান উৎপাদন হয় ২৫ৰ পৰা ৩৫ মোন ধান ৷

চৰকাৰী বিজ্ঞাপনৰ বিপৰীতে ৰাজ্যত উন্নয়নৰ ফোপোলা স্বৰূপ
উল্লখ্য যে, মৰিগাঁৱৰ একাংশ কৃষকে চৰকাৰী বিভাগৰ আঁচনিলৈ আশা নকৰি নিজে প্ৰচেষ্টাতে উৎপাদন কৰিবলৈ সক্ষম হৈছে বৰোধান। চৰকাৰীভাৱে যোগান ধৰা হোৱা নাই পানী যোগানৰ উপৰিও নাই কৃষি বিভাগৰ তৰফৰ পৰা সা-সুবিধা । প্ৰকৃতাৰ্থত ক’বলৈ গ’লে চৰকাৰী বিভাগৰ দ্বাৰা এতিয়াও উপকৃত হোৱা নাই কৃষক ৰাইজ । ইয়াৰ বিপৰীতে কেৱল বিজ্ঞাপনতে আবদ্ধ আছে কৃষি বিভাগৰ উন্নয়ন।

লগতে পঢ়ক-পৰিবহণ বিষয়া গৌতম দাসৰ সজাগতা অভিযান

Last Updated : Mar 26, 2020, 11:25 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.