ETV Bharat / state

পাহৰণিৰ বুকুত ক্ৰমাত হেৰাই যাবলৈ ধৰা এবিধ পক্ষী - পাণিন্দ্ৰ বৰদলৈ

প্ৰকৃতিৰ অনবৈদ্য অৱদান টোকোৰা চৰাই, এসময়ত গ্ৰামাঞ্চলৰ প্ৰতিঘৰতে দেখিবলৈ পোৱা টোকোৰা চৰাই আজি বিলুপ্তিৰ গৰাহত ৷

পাহৰণিৰ বুকুত ক্ৰমাত হেৰাই যাবলৈ ধৰা টোকোৰা চৰাই
author img

By

Published : Jun 18, 2019, 3:47 PM IST

বিনন্দীয়া প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি টোকোৰা চৰাই ৷ মানৱতাৰ প্ৰকৃতি ধংসৰ বিপৰীতে নিৰাপদ স্থান বিচাৰি ঢাপলি মেলিছে টোকোৰা চৰাইয়ে ৷ পক্ষীকূলৰ ভিতৰত ঘৰ সজাৰ অভিযন্তা হিচাপে পৰিচিত টোকোৰা চৰাইৰ ক্ৰমাত হেৰাই যোৱাৰ উপক্ৰম হৈছে পৃথিৱীৰ পৰা ৷ কিন্তু তাৰ মাজতো আছে আশাৰ ৰেঙণি, চাওক আমাৰ এক প্ৰতিবেদন...

পাহৰণিৰ বুকুত ক্ৰমাত হেৰাই যাবলৈ ধৰা এবিধ পক্ষী

বিনন্দীয়া প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি টোকোৰা চৰাই ৷ মানৱতাৰ প্ৰকৃতি ধংসৰ বিপৰীতে নিৰাপদ স্থান বিচাৰি ঢাপলি মেলিছে টোকোৰা চৰাইয়ে ৷ পক্ষীকূলৰ ভিতৰত ঘৰ সজাৰ অভিযন্তা হিচাপে পৰিচিত টোকোৰা চৰাইৰ ক্ৰমাত হেৰাই যোৱাৰ উপক্ৰম হৈছে পৃথিৱীৰ পৰা ৷ কিন্তু তাৰ মাজতো আছে আশাৰ ৰেঙণি, চাওক আমাৰ এক প্ৰতিবেদন...

পাহৰণিৰ বুকুত ক্ৰমাত হেৰাই যাবলৈ ধৰা এবিধ পক্ষী
Intro:এবিধ বিশেষ গুণ সম্পন্ন চৰাই । বিশেষ গুণ আৰু বিলুপ্তিৰ পথেৰে আগবঢ়া পক্ষী বিধক সুৰক্ষা দিয়ে বাৰীগৃহস্থই ।ঘৰৰ পদূলি মুখত থকা চৰাই বিধৰ বাহৰ পৰা পোৱালি খাবলৈ অহা কাউৰী ,সেন চৰাইক গুলটিৰে খেদি পঠিয়াই সুৰক্ষা দি আহিছে পক্ষী বিধক।পিছে কি এই বিশেষ পক্ষী বিধ
এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন।


Body: বিশেষ গুণ সম্পন্ন এটা পক্ষী। যিটো পক্ষী দেখি আপুনিও ভাৱিবলৈ বাধ্য হব। কাৰণ এইবিধ পক্ষীৰ বিষয়ে প্ৰচলিত হৈ আহিছে নানা ৰূপকথা। হয় কব বিচাৰি ছো টোকোৰা চৰাই বিষয়ে। চাওকচোন এই ক্ষুদ্ৰ পক্ষী টোৱে সজোৱা বাহটোলৈ।নিখুঁত, নিপোটল। এইয়া এটা মতা আৰু আনটো মাইকী টোকোৰাৰ বাববে সজোৱা টোকোৰা বাহ।
ওপৰৰভাগ সদৃশ যদিও নিম্নভাগৰ ভিন্নতাই চৰাইবিধৰ অদ্বিতীয় বাহ সজোৱা কলা কুশলকে দাঙি ধৰিছে। ঠাই বিশেষে নাৰিকল ,তামোল,বাঁহ গছত বাহসজাবলৈ এই বিধ অভিযন্তা পক্ষী কণমানি ঠোটটোৱে নাৰিকৰ,তামোল,বিৰিণাকে ধৰি বিভিন্ন পাতৰে অতি আটোমটোকাৰীকৈ এইটো বাহ সাজি বতাহবৰষুণৰ পৰা থাকে নিৰাপদে। byte:
1...
টোকোৰা চৰাইক সুৰক্ষা দিয়া মৰিগাঁৱৰ টেঙাগুৰি গাঁৱৰ জ্যেষ্ঠ ব্যক্তি পাণিন্দ্ৰ বৰদলৈয়ে জানিব দিয়া মতে দীঘল চুঙাআকৃতিৰ বাহটোত মাইকী চৰাই আৰু পোৱালি আৰু নিম্ন অংশ নথকাবা,টোত মতা চৰাইটো আশ্ৰয় লৈ সুৰক্ষা দিয়ে।byte,2
হয় ঠিকেই দেখিবলৈ পালে ইটিভি ভাৰতৰ দৰ্শকসকলে।এইবিধ কণমানি পক্ষী ক লৈ চলি আহিছে ৰুপকথা।সেই ৰুপকথা মতে মানুহৰ লেখীয়া হাতভৰি থকা বান্দৰক বৰষুণত তিতি থকা দেখি বোলে কৈছিল-
হাতো আছে ভৰি আছে মনুষ্যৰ কায়া,
বৰষুণত তিতি থাক কিয় বান্দৰৰ ভায়া।
ইয়াৰ পাছতে লাজপাই বান্দৰে নষ্ট কৰি দিছিল টোকোৰাৰ আটোমটোকাৰী বাহ কেইটা।
তেনেহলে আহকচোন আমি মৰিগাঁৱৰ এইগৰাকী ব্যক্তিৰ দৰে আমিও টোকোৰাক সুৰক্ষা দিও আহক।
PTC

সেয়ে য



Conclusion:ratul deka.etvbharat.mor8gaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.