ETV Bharat / state

মৰিগাঁৱত জাক-জমকতাৰ বিপৰীতে বৈদিক ৰীতি-নীতিৰে পূজা উদযাপন - মহা সপ্তমী

জাক-জমকতাৰ বিপৰীতে সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত বৈদিক ৰীতি-নীতিৰে দূৰ্গতীনাশিনীৰ পূজা অৰ্চনা কৰাৰ দিহা কৰিছে মৰিগাঁৱৰ বাৰোৱাৰী সাৰ্বজনীন দুৰ্গাপূজা সমিতিয়ে ৷

মৰিগাঁৱত বৈদিক ৰীতিৰে পূজা উদযাপন
author img

By

Published : Oct 5, 2019, 6:39 PM IST

মৰিগাঁও, 5 অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো শাৰদীয় দুৰ্গোৎসৱ উপলক্ষ্যে উখল-মাখল পৰিবেশ । মৰিগাঁও বাৰোৱাৰী সাৰ্বজনীন পূজামণ্ডপত শনিবাৰে মহা সপ্তমী উপলক্ষে চলিছে সপ্তমী পূজাৰ অৰ্চন বন্দন । পুৱাৰ পৰা পূজাথলীত ভক্তৰ ভিৰ । শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দূৰ্গতি নাশিনীৰ ওচৰত আশীষ বিচাৰি আগবঢ়াইছে ধূপ দ্বীপ নৈবদ্য । জাক জমকতাৰে ন'হলেও বৈদিক ৰীতি-নীতিৰে পূজা উদযাপনৰ দিহা কৰিছে আয়োজক সমিতিয়ে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো শাৰদীয় দূগ্যোৎসৱ উলহ মালহ পৰিবেশ। এইয়া মৰিগাঁও বাৰোৱাৰী সাৰ্বজনীন পূজামণ্ডপৰ দৃশ্য।আজি মহা সপ্তমীৰ উপলক্ষে মণ্ডপে মণ্ডপে চলিছে সপ্তমী পূজাৰ অৰ্চন বন্দন। পুৱাৰ পৰা ভক্তৰ ভিৰ পূজাথলী সমূহত। শক্তিৰ অধিষ্ঠাতি দেৱী দূৰ্গতি নাশিনীৰ ওচৰত আশীষ বিচাৰি আগবঢ়াইছে ধূপ দ্বীপ নৈবদ্য। সকলোৱে শক্তি সামৰ্থ্য পাবলৈ আঠু লৈছে। ইফালে জাক জমকতাৰে নহলেও বৈদিক ৰীতিৰে পূজা উদযাপন কৰা হৈছে বুলি উদযাপন সমিতিৰ সভাপতি,সম্পাদকৰ মন্তব্য।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.